শিক্ষক দিৱসত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰান আঞ্চলিক সমিতিয়ে। শিক্ষাগুৰু সকল ক্ৰমে মৰান মহাবিদ্যালয়ৰ অধ্যক্ষাড° মিতালী কোৱঁৰ , মৰান মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা , ড° জয়শ্ৰী ফুকন, মৰান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য্য, শিৱসাগৰ জিলাৰ পাক্তন শিক্ষাবিষয়া আব্দুল জেলিল, মৰান বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মৰান পাব্লিকহাই স্কুলৰ প্ৰধান শিক্ষকক শিক্ষক দিৱসৰ শুভেচ্ছা জনায়। চৰাইদেউ জিলাৰ উপদেষ্টা ৰামচন্দ্ৰ দত্ত, মৰান আঞ্চলিক সমিতিৰ সভাপতি বিমান গগৈ, উপাধ্যক্ষ দীপাংকৰ ফুকন, সম্পাদক বিতোপন লাচন, আৰু যুটীয়া সম্পাদক হিমাংশু চুতীয়াই প্ৰতিখন বিদ্যালয়ত গৈ ফুলাম গামোচা আৰু চেলেংচাদৰৰে শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજ્યના વિવિધ તકનીક તબિબ અન્ય વ્યવસાય અભ્યાસો માટે માતૃભાષામાં સામગ્રી ડિઝાઇન કરાઈ
રાજ્યના વિવિધ તકનીકી, તબીબી અને અન્ય વ્યાવસાયિક અભ્યાસક્રમો માટે માતૃભાષામાં અભ્યાસ સામગ્રી...
Crude Oil Price Fall | Morning Business News:क्या है देश दुनिया के बाजारों का हाल? | US FED
Crude Oil Price Fall | Morning Business News:क्या है देश दुनिया के बाजारों का हाल? | US FED
बूंदी अस्पताल की समस्याओ को दूर करने की मांग को लेकर चिकित्सा मंत्री से मिले विधायक
बून्दी। जिला मुख्यालय के प.बृजसुन्दर शर्मा अ श्रेणी चिकित्सालय मे मरीजो व तीमारदारो को आ रही...
સરકારી દુકાનોના સંચાલકોની ગેરરીતિઓ પ્રકાશમાં લાવનાર સામાજિક કાર્યકરને ધાક ધમકીઓ અપાઇ
ઝાલોદ તાલુકાના કદવાળ ગામની 2 સરકારી સસ્તા અનાજની દુકાનો અને ઝાલોદ તાલુકાના બાજરવાડા ગામની 1સરકારી...