আজি শিক্ষক দিৱস। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, দাৰ্শনিক, পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন । সমগ্ৰ দেশজুৰি উলহ-মালহেৰে পালন শিক্ষক দিৱস। ইপিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰতিখন শিক্ষানুষ্ঠানত উলহমালহেৰে শিক্ষক দিৱস উদযাপন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো ৬১ সংখ্যক শিক্ষক দিৱস বি. এডৰ প্ৰশিক্ষাৰ্থী সকলে উদযাপন কৰে ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ৮ বজাত প্ৰশিক্ষাৰ্থীসকলে সমূহীয়া চাফাই কৰাৰ পিছত ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই বন্তি প্ৰজ্বলন কৰে । মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এটি প্ৰাৰ্থনাৰে অনুষ্টিত হোৱা সভাখন সভাপতিত্ব কৰে মহাবিদ্যালয় অধ্যক্ষ ড° প্ৰদিপ চন্দ্ৰ বৰাই ৷ অধ্যক্ষ ড° বৰা লগতে প্ৰশিক্ষক লিনা বুঢ়াগোহাঁই প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যি বহুখিনি গুৰুত্বপূৰ্ণ কথা অৱগত কৰে ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী কংকণা লেখাৰু, জাহ্নৱী শইকীয়াই সংগীত পৰিৱেশন আৰু হিৰেণ বৰুৱাৰ বাঁহী বাদনেৰে অনুষ্ঠানটো সুন্দৰ কৰি তোলে ৷ ইফালে মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলে শিক্ষাগুৰু সকলক শ্ৰদ্ধাজনোৱাৰ লক্ষ্যৰে আজি দিনটোত শিক্ষক দিৱস অনুষ্ঠিত কৰি শিক্ষাগুৰু সকলৰ চৰণত সেৱা ও শ্ৰদ্ধা জনায় । আজি এই শিক্ষক দিৱসৰ মূল সভাত মহাবিদ্যালয় প্ৰশিক্ষক, কৰ্মচাৰী সকলৰ লগতে প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બગસરા તાલુકાના મતદારો કોંગ્રેસને અપાવશે લીડ:-શહેર પ્રમુખનો વિશ્વાસ, ધારી-૯૪ બેઠક પર પરમાર પંજાને પાર ઉતારશે
ધારી-બગસરા-ખાંભા ૯૪ વિધાનસભા ના કોંગ્રેસના ઉમેદવાર ડો. બોરીસાગર હાલ સમગ્ર મતવિસ્તારના...
DRDO has successfully demonstrated the flight trial of Autonomous Flying Wing Technology Demonstrator.
December, 15, 2023
DRDO has successfully demonstrated the flight trial of Autonomous Flying...
માધવ કોપર નામની ફેકટરીમાં થયેલી ચોરી તથા બોટાદ જીલ્લાની બંધ સીમેન્ટ ફેકટરી તથા ખુલ્લી જગ્યામાંથી કરેલ ચોરીઓનાં ગુન્હાનો ભેદ ઉકેલી કુલ-૫ આરોપીઓને ઝડપી પાડતી ભાવનગર લોકલ ક્રાઇમ બ્રાન્ચ
ભાવનગર, લોકલ ક્રાઇમ બ્રાન્ચ તથા પેરોલ ફર્લો સ્કવોડનાં માણસો ભાવનગર શહેર વિસ્તારમાં પેટ્રોલીંગમાં...
Pune Bike and Car Accident CCTV Footage
Pune Bike and Car Accident CCTV Footage
कर्जमाफी योजनेतील वंचित शेतकऱ्यांना लाभ देण्याचे आदेश
औरंगाबाद : राज्य सरकारने २०१७ मध्ये राबविलेल्या छत्रपती शिवाजी महाराज शेतकरी सन्मान कर्जमुक्ती...