মঙ্গলদৈত নাট কৰ্মশালা

সৃষ্টি সংঘৰ উদ্যোগত গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰু প্ৰতিভা বিকাশ অনুষ্ঠান

ইংৰাজী 5 জুলাই পৰা 20 জুলাই অনুষ্ঠিত হ'ব নাট লগতে যোগা প্ৰশিক্ষণ

মঙ্গলদৈৰ লগতে কলাই গাঁও ভকত পাৰাৰ প্ৰায় শতাধিক ছাত্ৰ -ছাত্ৰীৰ উপস্থিত থাকে।