নুমলীগড়ৰ মৰঙিত বিধায়ক বিশ্বজিত ফুকনৰ পথ নিৰ্মাণৰ শুভাৰম্ভ আচঁনি উদ্বোধন ৷

মৰঙিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে পুৰণি ৩৯ নং ৰাষ্ট্ৰীয় পথৰ পুণৰ নিৰ্মানৰ বাবে পোৰাবঙলাৰ পৰা তেলগৰম সংযোগী পথৰ শুভাৰম্ভ কৰে ৷নুমলীগড় শোধনাগাৰৰ পুঁজিৰে লোকনিৰ্মান বিভাগৰ তত্ত্বাৱধানত এই পথৰ উন্নয়ন কৰা হব ৷ ইয়াৰোপৰি বিধায়কজনে লেটেকুজান পঞ্চায়তে চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মাণ কৰা কেবাটাও দোকান গৃহৰ কোঠা উদ্বোধন কৰে ৷