তালপথাৰ পঞ্চম ডায়িনি মধ্য ইংৰাজী বিদ্যালয়ত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন।

তালপথাৰ পঞ্চম ডায়িনি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক দিৱস পালন।

শিক্ষক দিৱস লগত সংগতি ৰাখি বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সকলক সম্বৰ্ধনা।

১৯৮৬ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয় আজি পৰ্যন্ত নহল চৰকাৰী।

অতি সোনকালে চৰকাৰী কৰণ কৰিবলৈ দাবী জনাইছে অসম চৰকাৰক।