দৰঙৰ দলগাঁৱত জাক জাক বগলীয়ে দৃষ্টি আকৰ্ষন কৰিছে প্ৰকৃতিপ্ৰেমীৰ৷ দলগাঁৱৰ ২ নং শিয়ালমাৰী গাঁৱত বাঁহগছত আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতিৰ বগলী৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা গাঁওখনত উদ্যানৰ পৰা চৰাই চিৰিকতি, বগলীয়ে জনাঞ্চলত আশ্ৰয় লোৱাত গাঁওখনৰ একাংশ লোকে নিৰাপত্তা দিছে যদিও এইবোৰ চৰাইৰ ওপৰত দৃষ্টি পৰিছে কিছু দুষ্ট প্ৰকৃতিৰ লোকৰ৷ উল্লেখ্য যে জীৱ জন্তৰ নিৰাপত্তা আৰু বিচৰনৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন চৰকাৰে সম্প্ৰসাৰনৰ ঘোষনা কৰিছিল যদিও বৰ্তমানলৈ আঁচনিৰ কাম আৰম্ভ হোৱা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उज्वल भविष्याची मुळे ही इतिहासात दडलेली असतात. प्रा.डाॕ. कालिदास चौधरी.
गढी महाविद्यालयात सामाजिक शास्त्र मंडळाचे उद्घाटन..
प्रतिनिधी गढी- जयभवानी ...
वि.वि.से.स.सो.ची संचालक मंडळाची निवडणूक प्रथमच बिनविरोध
वि.वि.से.स.सो.ची संचालक मंडळाची निवडणूक प्रथमच बिनविरोध, गंगापूर तालूक्यातिल टाकळी कदिम टाकळीवाडी...
ઝઘડિયા વિધાનસભા મા કોગ્રેસ ફતેસિંહ વસાવાને ઉમેદવાર તરીકે મેદાનમા ઉતારશે.#congressh
ઝઘડિયા વિધાનસભા મા કોગ્રેસ ફતેસિંહ વસાવાને ઉમેદવાર તરીકે મેદાનમા ઉતારશે.#congressh