ধেমাজি জিলাৰ বৰদলনিত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সমষ্টিৰ বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ জনজাতি কৈৱৰ্ত মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বণিয়াই আত্মহত্যা কৰে৷ দীৰ্ঘদিন ধৰি বিনাবেতনেৰে শিক্ষাদান কৰা শিক্ষক ৰাজেন বণিয়াই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনা অনুসৰি অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা দীৰ্ঘদিন ধৰি বিদ্যালয়ৰখনৰ মধ্য ইংৰাজী শাখাত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল বণিয়া। অৱশেষত ২০১৩ চনৰ শিক্ষা বিভাগৰ চামিলকৰণ নীতি অনুসৰি ৫০৩ আউনীআটী কৈৱৰ্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ লগত চামিল হয়। তেওঁৰ শিক্ষক পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত নোসোমোৱাত শিক্ষকজনে হতাশাগ্ৰস্ত হৈ এই চৰম পন্থা বাচি লোৱা বুলি স্থানীয় একাংশ লোকে সন্দেহ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આઝમ ખાન ફરી જેલમાં જશે? રામપુરમાં સાક્ષીને ધમકાવવાનો આરોપ, કેસ નોંધાયો
સપાના ધારાસભ્ય અને પૂર્વ મંત્રી આઝમ ખાનની મુશ્કેલીઓ ફરી એકવાર વધી રહી છે. આઝમ પર સાક્ષીને...
গছৰ তলত বহি পূজা অৰ্চনা ত্ৰিৰংগা পতাকাক!
ভাইৰেল আজাদী কা অমৃত মহোৎসৱ ৷
কি যে গতি কৰিছে জাতীয় পতাকাৰ
আইসকলৰ এই প্ৰয়াস ভালৰ বাবেনে...
राजस्थान में गहलोत गुट को तोड़ने में लगे है पायलट,गहलोत गुट के नेता दिख रहे है पायलट के साथ
राजस्थान विधानसभा के बजट सत्र में सत्ता और विपक्ष के बीच लगातार आरोप-प्रत्यारोप देखे जा रहे हैं....
Puja Khedkar: UPSC ने रद्द की पूजा खेडकर की उम्मीदवारी, भविष्य में नहीं दे पाएंगी कोई परीक्षा
नई दिल्ली। विवादों में फंसी प्रशिक्षु आईएएस अधिकारी पूजा खेडकर पर संघ लोक सेवा आयोग...
શ્રી વિધ્યા એજ્યુકેશન એકેડેમી મા નૂતનવર્ષ ની શુભેચ્છાઓ સહ શુભ મૌરત સાથે શિક્ષણ કાર્ય ની શરૂઆત
આજરોજ અમદાવાદ શહેર કાલુપુર વિસ્તાર મા કાર્યરત શ્રી વિધ્યા એજ્યુકેશન એકેડેમી મા સંચાલક ધવલસર તથા...