নিজৰ প্ৰাপ্য বিচাৰি গোলাঘাট প্ৰতিবাদত বহিল সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থা,গোলাঘাট জিলা সমিতিৰ।অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ,উচিত দৰমহা প্ৰদান,চৰকাৰী বীমা ইত্যাদি প্ৰদানৰ দাবীত গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমুখত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ অস্থায়ী স্বাস্থ্য কৰ্মীৰ।
নিজৰ প্ৰাপ্য বিচাৰি গোলাঘাট প্ৰতিবাদত বহিল সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থা
![](https://i.ytimg.com/vi/7dwI-apmYCs/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)