হোজাইত উৎখাত হৈছে হাৱালা চক্ৰ। চক্ৰটোৰ ত্ৰিপুৰাৰ দুই যুৱক পৰিছে হোজাই আৰক্ষীৰ জালত। দুই যুৱকৰ পৰা জব্দ হৈছে 24 লাখ 50 হাজাৰ টকা। ধৃত যুৱক দুজন হৈছে ত্ৰিপুৰাৰ শ্বহিদুল ইছলাম আৰু বিল্লাল মিয়া। হোজাই থানা এলেকাৰ মুছলিম পত্তিত বিগত 6 মাহ ধৰি থাকি তেওঁলোকে হাৱালাৰ জৰিয়তে কাম কৰিছিল বুলি কৰা হৈছে সন্দেহ। ইফালে জব্দকৃত টকাৰ কোনো তথ্য দেখাব নোৱাৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি দুয়োকে আজি আদালতত হাজিৰ কৰাই চাৰি দিনৰ জিম্মাত লব বুলি আৰক্ষীয়ে কৰিছে মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા પોલીસે પેટ્રોલિંગ દરમ્યાન વડલી ચોકડી પાસેથી ઈંગ્લીશ દારૂની 12 બોટલ સાથે 1 ઈસમ ઝડપી લીધો
મહુવા પોલીસે પેટ્રોલિંગ દરમ્યાન વડલી ચોકડી પાસેથી ઈંગ્લીશ દારૂની 12 બોટલ સાથે 1 ઈસમ ઝડપી લીધો
पुण्यातील हडपसर भागात कोयता गँगची दहशत
पुण्यातील हडपसर भागात कोयता गँगची दहशत
૩ ઘરફોડ ચોરીના ગુન્હાઓમાં ૨૮ વર્ષથી નાસતા ફરતા વોન્ટેડ આરોપીને ઝડપી પાડતી રાજુલા પોલીસ
અમરેલી જીલ્લાની કુલ -૩ ઘરફોડ ચોરીના ગુન્હાઓમાં ૧૯૯૪ થી છેલ્લા ૨૮ વર્ષથી નાસતા ફરતા વોન્ટેડ...