হাতীটোৰ প্ৰকৃততে হৈছে কি । কেৱল দৌৰিছে । পথ, বাৰী সকলোতে দৌৰিছে । হাতীটোক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজো । নুমলীগড় বকিয়ালত এই দৃশ্য । বন বিভাগৰ মতে ভাতিখোলাৰ বাবে হাতীটোৰ এই আচৰণ । 

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |