মৰিগাঁৱত স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ ধৰ্মঘট।নুন্যতম মজুৰীৰে কাম কৰি থকা ৰাজ্যৰ ৩৩ খন জিলাৰ অস্থায়ী কৰ্মচাৰী সকলৰ লগতে মৰিগাঁও জিলাতো অস্থায়ীৰূপে কৰ্মৰত স্বাস্থ্যকৰ্মী সকলে সোমবাৰে মৰিগাঁৱৰ পবিতৰা হাটৰ সমুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। স্বাস্থ্য বিভাগৰ পৰিচালনা সমিতি সমুহে নুন্যতম মজুৰীৰে অস্থায়ীভাৱে নিয়োজিত কৰ্মী সকলক নিয়মীয়াকৰণ কৰা, অন্যথা নিয়মীয়াকৰণ কৰিব নোৱাৰা পৰ্যন্ত গৃহৰক্ষী জোৱানৰ দৰে মজুৰি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শদিয়াৰ অতি ভিতৰুৱা অঞ্চলৰ পৰা আজুৰিলে সোণৰ পদক
শদিয়াৰ অতি ভিতৰুৱা অঞ্চলৰ পৰা আজুৰিলে সোণৰ পদক
શ્રી કૃષ્ણ જન્માષ્ટમી પર આશીર્વાદ આપવા માટે તૈયાર હોય છે, આ દિવસે ચોક્કસપણે આ વસ્તુઓ ખરીદો
જન્માષ્ટમીનો તહેવાર દેશભરમાં ધામધૂમથી ઉજવવામાં આવે છે. એવું માનવામાં આવે છે કે આ દિવસે બાલ ગોપાલ...
ગેરકાયદેસર હથિયારની હેરાફેરી કરતા ૨ ઇસમોને પકડી મુદ્દામાલ કબ્જે કરતી શહેર ક્રાઈમ બ્રાન્ચ ટીમ #aiv
ગેરકાયદેસર હથિયારની હેરાફેરી કરતા ૨ ઇસમોને પકડી મુદ્દામાલ કબ્જે કરતી શહેર ક્રાઈમ બ્રાન્ચ ટીમ #aiv
बीड शहरातील पेट्रोल पंप कर्मचार्याला मारहाण@news23marathi
बीड शहरातील पेट्रोल पंप कर्मचार्याला मारहाण@news23marathi
চৈয়দ নাজিম আহমেদক "বাণ থিয়েটাৰ বঁটা" প্ৰদান
অসমৰ অপেছাদাৰী নাট্য আন্দোলনৰ অন্যতম সাধক চৈয়দ নাজিম আহমেদক কালি সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ...