গুৱাহাটী গণেশ মন্দিৰ,গণেশ উদ্যানৰ পেক্ষাগৃহত বিহু শিল্পী সংস্থা অসমৰ ৫ম খন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাৰ আজি সফল সামৰণি পৰে । দীপজ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুস্থিত সভাখনিত অসমৰ ১৭ খন জিলাৰ প্ৰতিনিধি সকলে অংশগ্ৰহন কৰে । বিহু শিল্পী সকলৰ আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিহু শিল্পী সংস্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠিক ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় সমিতিৰ বিষয়বাব সালসলনি কৰে । সম্পাদক পংকজ বৰাই জানিবলৈ দিয়ে যে, অসমৰ জাতীয় ধ্বজা বাহক বিহুক অসমৰ লগতে দেশ বিদেশত পৰিবেশন কৰি অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দেহ মন সঁপি দিয়া বিহুৱা বিহুৱতী সকলৰ সুৰক্ষাৰ বাবে বিহু শিল্পী সংস্থা অসম বদ্ধপৰিকৰ । সংস্থাৰ ১৭ খন জিলাৰ প্ৰতিনিধি সকলে সংস্থাৰ কৰ্মৰাজী ও ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰি কয় যে, থলুৱা নিভাঁজ বিহুৱা বিহুৱতী সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিহু শিল্পী সংস্থা অসমে যি পদক্ষেপ গ্ৰহন কৰিছে সেয়া সঁচাকৈয়ে প্ৰসংশনীয় । উল্লেখনীয় যে, অহা ফেব্ৰুৱাৰী মাহত বৰপেটা জিলাত হব লগীয়া সংস্থাৰ কেন্দ্ৰীয় অধিবেশনৰ দিন বাৰ ও আজিৰ সভাতেই চুডান্ত কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટણમાં જિલ્લા પત્રકાર એકતા પરિષદનું અધિવેશન યોજાયું
પાટણમાં જિલ્લા પત્રકાર એકતા પરિષદનું અધિવેશન યોજાયું
સમાજની ચોથી જાગીર ગણાતા મીડિયામાં...
2024 Bajaj Pulsar NS400 की कन्फर्म हुई लॉन्च डेट, इस दिन मारेगी एंट्री
Bajaj Auto ने पुष्टि की है कि वह 3 मई को अपनी सबसे बड़ी पल्सर लॉन्च करेगी और इसे 2024 Bajaj...
કોન્ટ્રાકટર ગોડાઉનમાંથી બારોબાર માલ ઉઠાવી ગયો
કોન્ટ્રાક્ટર ગોડાઉનમાંથી બારોબાર માલ ઉઠાવી ગયો: ડીસા UGVCL કચેરીમાં ફરજમાં બેદરકારી દાખવતા ત્રણ...
राहुल गांधी की हरियाणा विजय संकल्प यात्रा का दूसरा दिन:बोले- PPP मतलब परिवार परेशान पत्र; चुनाव में BJP की A, B और C टीम लगी
कांग्रेस नेता राहुल गांधी की दूसरे दिन की हरियाणा विजय संकल्प यात्रा जारी है। यात्रा सुबह करीब...