তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাৰ সৈতে শনিবাৰে সন্ধিয়া আচলতে কি হৈছিল, তাকে লৈ এতিয়া তিনিচুকীয়াত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ চৰ্চা অনুসৰি, পৌৰসভাত অনুষ্ঠিত এখন সভাৰ পাছতে পৌৰপতিগৰাকীক তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰীয়ে ৰাজহুৱাকৈ কিছু ককৰ্থনা কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰে ৷ কিন্তু এইসন্দৰ্ভত পৌৰপতি জয়ন্ত বৰুৱাই স্পষ্টকৈ মুখ খোলা নাই যদিও এক অনাকাংক্ষিত ঘটনা যে সংঘটিত হ’ল সেয়া স্বীকাৰ কৰিছে আৰু মন্ত্ৰী কিষানে এইসন্দৰ্ভত উঠা অভিযোগ সম্পূৰ্ণ নচ্যাৎ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આખજ જામફળીની ખેતીમાં ધડખમ ઘટાડો
આખજ જામફળીની ખેતીમાં ધડખમ ઘટાડો
वंदेभारत एक्सप्रेस वाराणसी को मिल सकती हैं।
जनपद वाराणसी में, वंदे भारत एक्सप्रेस की लिस्ट बढ़ती जा रही है।12 मार्च को प्रधानमंत्री रांची से...
स्थापना दिवस पखवाड़ा सेवा कार्यों के साथ सम्पन्न करवाएँ : शेखावत
भारतीय जनता पार्टी स्थापना दिवस पखवाड़ा के संभाग प्रभारी दशरथ सिंह शेखावत ने बालोतरा में बैठक लेकर...
ધ્રાંગધ્રા સરકારી હોસ્પિટલ ખાતે બ્લડ ડોનેશન કેમ્પ યોજાયો પુર્વ કેબિનેટ મંત્રી આઈ કે જાડેજા ઉપસ્થિત
ધ્રાંગધ્રા સરકારી હોસ્પિટલ ખાતે બ્લડ ડોનેશન કેમ્પ યોજાયો પુર્વ કેબિનેટ મંત્રી આઈ કે જાડેજા ઉપસ્થિત
মানকাচৰৰত বিজুলী মহোৎসৱত
মানকাচৰৰ গোপালপুৰত বিজুলী মহোৎসৱ উদযাপন।
দক্ষিণ শালমাৰা মানকাচৰ জিলাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ...