আহোম জনগোষ্ঠীৰ ওপৰত কৰা অপমানসূচক শ্লগানৰ বিৰুদ্ধে আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পাটসাঁকো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাটসাঁকোত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইফালে আহোম জনগোষ্ঠীক কৰা অপমানসূচক শ্লগানৰ নৈতিক দায়িত্ব আঙুৰলতা ডেকাই গ্ৰহণ কৰি আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰে টাই আহোম ছাত্ৰ সন্থাৰ পাটসাকো আঞ্চলিক সমিতিয়ে।অন্যথা তাই আহোম ছাত্ৰ সন্থা ক্ষান্ত নাথাকিব বুলিও মন্তব্য কৰিছে সংগঠনটোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूपी: आगामी त्योहारों को लेकर अलर्ट पर पुलिस प्रशासन
उत्तर प्रदेश में आगामी त्योहारों को शांतिपूर्ण सफल बनाने के लिए योगी सरकार के आदेश के बाद जनपद...
घुमान यात्रेचे हिंगोली रेल्वे स्थानकावर भव्य स्वागत
हिंगोली येथे नांदेड येथून ३०० भाविक भक्त नांदेड अमृतसर रेल्वेने घुमानला जात असताना हिंगोली रेल्वे...
સાંતલપુરમાં દારૂ મુદ્દે ગ્રામજનોમાં ભારે રોષ | SatyaNirbhay News Channel
સાંતલપુરમાં દારૂ મુદ્દે ગ્રામજનોમાં ભારે રોષ | SatyaNirbhay News Channel
JETPUR ૭૪ જેતપુર વિધાનસભા સીટ પર જયેશ રાદડીયાની ટીકીટ ફાઈનલ 10 11 2022
JETPUR ૭૪ જેતપુર વિધાનસભા સીટ પર જયેશ રાદડીયાની ટીકીટ ફાઈનલ 10 11 2022