আহোম জনগোষ্ঠীৰ ওপৰত কৰা অপমানসূচক শ্লগানৰ বিৰুদ্ধে আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পাটসাঁকো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাটসাঁকোত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইফালে আহোম জনগোষ্ঠীক কৰা অপমানসূচক শ্লগানৰ নৈতিক দায়িত্ব আঙুৰলতা ডেকাই গ্ৰহণ কৰি আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰে টাই আহোম ছাত্ৰ সন্থাৰ পাটসাকো আঞ্চলিক সমিতিয়ে।অন্যথা তাই আহোম ছাত্ৰ সন্থা ক্ষান্ত নাথাকিব বুলিও মন্তব্য কৰিছে সংগঠনটোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দুলীয়াবামত আটছা দুলীয়াবাম উপশাখাা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ উদ্যোগত চল যাব স্কুল কাৰ্যৰ্সূচী ৰূপায়ণ।
অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ শাখাৰ অন্তৰ্গত থকা আটছা দুলিয়াবাম উপ-শাখা ,অসম চাহ জনজাতি মহিলা...
সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ ছেলাইকাটিত ২০২১-২২ শিক্ষাবৰ্ষৰ কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন
সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলিৰ উত্তৰে অসম অৰুনাচল সিমান্ত বৰ্তি ছেলাইকাটিত...
तालेड़ा में जश्ने ईद मिलादुन्नबी का जुलूस निकाल कर हजरत मोहम्मद सल्लअल्लाह वसल्लम का जन्मदिन हर्षोल्लास के साथ मनाया गया
*जश्ने ईद मिलादुन्नबी के मुबारक मौके पर मुस्लिम समाज द्वारा जगह-जगह स्वागत और शरबत पिलाकर सभी को...
New Parliament Building: AIMIM Chief Asaduddin Owaisi ने PM Modi को दी बड़ी सलाह | वनइंडिया हिंदी
New Parliament Building: AIMIM Chief Asaduddin Owaisi ने PM Modi को दी बड़ी सलाह | वनइंडिया हिंदी