গোলাঘাট জিলাৰ মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩১ জুলাই, ২০২২ তাৰিখে অনুষ্ঠিত হ'ব লগা "বিশেষ অভিনন্দন অনুষ্ঠান" ৬ আগষ্ট, ২০২২ তাৰিখলৈ পিছুৱাই দিয়া হৈছে। মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মণিকাঞ্চন ফুকন, শিক্ষা সম্পাদক দেৱশীষ ৰাজখোৱা আৰু ভাৰপ্ৰাপ্ত সম্পাদক গকুল বৰাই স্বাক্ষৰ কৰা এক প্ৰেছ বিবৃতি যোগে জনোৱা অনুসৰি বিশেষ কাৰণ বশ:ত অনুষ্ঠান পিছুৱাই দিয়াৰ কথা অৱগত কৰিছে। উল্লেখযোগ্য যে পূৰ্বতে নিৰ্ধাৰিত স্থান মহুৰামুখ নাট্য মন্দিৰত দিনৰ ১১ বজাত ৬ আগষ্টত অনুষ্ঠিত হ'ব লগা " বিশেষ অভিনন্দন অনুষ্ঠান" ত সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাব। এই ক্ষেত্রত সকলোকৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গণেশ চতুৰ্থীৰ প্ৰাকক্ষণত দেশবাসীক শুভেচ্ছা ৰাষ্ট্ৰপতি মুৰ্মুৰ
নতুন দিল্লী, ৩০ আগষ্ট । মঙলবাৰে গণেশ চতুৰ্থী। সমগ্ৰ দেশতে পালন কৰা হ'ব গণেশ চতুৰ্থী। ইয়াৰ...
પારડીની પાર નદી નજીક શંકાસ્પદ હાલતમાં હત્યા કરેલું લાશ કારમાંથી મળી આવી
પારડીની પાર નદી નજીક શંકાસ્પદ હાલતમાં હત્યા કરેલું લાશ કારમાંથી મળી આવી
ગોપાલ ઇટાલિયા એ આજ રોજ વ્યાપારી સાથે બેઠક યોજી
વડોદરા લોકસભા અંતર્ગતઆપ ના માનનીય પ્રદેશ પ્રમુખ સાહેબ શ્રી ગોપાલ ઇટાલિયા જી નું વડોદરા ખાતે...
देवेंद्र नगर सामुदायिक स्वास्थ्य केंद्र मैं प्रसूति प्रतीक्षालय का उद्घाटन
देवेंद्रनगर सामुदायिक स्वास्थ्य केंद्र में प्रसूति प्रतीक्षालय का उद्घाटन
2 अक्टूबर, गांधी...