গোলাঘাট জিলাৰ মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩১ জুলাই, ২০২২ তাৰিখে অনুষ্ঠিত হ'ব লগা "বিশেষ অভিনন্দন অনুষ্ঠান" ৬ আগষ্ট, ২০২২ তাৰিখলৈ পিছুৱাই দিয়া হৈছে। মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মণিকাঞ্চন ফুকন, শিক্ষা সম্পাদক দেৱশীষ ৰাজখোৱা আৰু ভাৰপ্ৰাপ্ত সম্পাদক গকুল বৰাই স্বাক্ষৰ কৰা এক প্ৰেছ বিবৃতি যোগে জনোৱা অনুসৰি বিশেষ কাৰণ বশ:ত অনুষ্ঠান পিছুৱাই দিয়াৰ কথা অৱগত কৰিছে। উল্লেখযোগ্য যে পূৰ্বতে নিৰ্ধাৰিত স্থান মহুৰামুখ নাট্য মন্দিৰত দিনৰ ১১ বজাত ৬ আগষ্টত অনুষ্ঠিত হ'ব লগা " বিশেষ অভিনন্দন অনুষ্ঠান" ত সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাব। এই ক্ষেত্রত সকলোকৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰৰ অন্বেষা খনিকৰ উজ্বলিল ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত
যোৱা ২৪ জুন পৰা ২৬ জুনলৈ গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত হোৱা ছাব জুনিয়ৰ নেচনেল একুৱেটিক...
WhatsApp Tips: अब लो-लाइटिंग में भी कर पाएंगे क्लीयर वीडियो कॉल, बड़े काम का है वॉट्सऐप का नया फीचर
वॉट्सऐप दुनियाभर में सबसे ज्यादा इस्तेमाल होने वाला मैसेजिंग ऐप है। मेटा अपनी मैसेजिंग ऐप में...
વાંકાનેર કુવાડવા બેઠક માટે ભાજપ ફેર વિચારણા નહીં કરે તો આ બેઠક ઉપર ચોકડી મારી દેજો: ક્ષત્રિય સમાજમાં ભારે આક્રોશ
વાંકાનેર કુવાડવા બેઠક માટે ભાજપ ફેર વિચારણા નહીં કરે તો આ બેઠક ઉપર ચોકડી મારી દેજો: ક્ષત્રિય...
मराठवाड़ा मुक्ति संग्राम दिनानिमीत्त मुख्यमंत्री औरंगाबाद मध्ये
औरंगाबाद :मराठवाडा मुक्तिसंग्राम दिनानिमित्त आज मुख्यमंत्री औरंगाबादमध्ये पोहचले. यावेळी...
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ নতুন মোৰ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া আৰু নামেৰীৰ মঙহৰ বজাৰ
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ নতুন মোৰ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া আৰু নামেৰীৰ মঙহৰ বজাৰ