কৰম সন্মিলনৰ উদযাপন সমিতিৰ উদ্যোগত কাকপথাৰত অনুষ্ঠিত ঝুমইৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্নআজি বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলনৰ উদযাপন সমিতিৰ উদ্যোগত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত ঝুমৰই কৰ্মশালা সামৰণি অনুষ্ঠান সম্পন্ন হৈ যায় । উক্ত অনুষ্ঠানটিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক সুৰজিত মৰাণ ডাঙৰীয়া, পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া, প্ৰশিক্ষক সকল,অসম চাহ জনজাতি জাতীয় সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ অধ্যক্ষ বীৰেন কৈৰী ডাঙৰীয়া, কাকপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল কলিতা, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হেমাংগ গগৈ,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিকাশ তালুকদাৰ, উপ-সভাপতি হিৰকজ্যোতি দহোটীয়া, সাংগঠনিক সম্পাদক মাধুৰ্য চেতিয়াই উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
खराब EVM वोट भी पलट देंगे? Supreme Court | Electoral Bond | Kisan Andolan | LT Show
खराब EVM वोट भी पलट देंगे? Supreme Court | Electoral Bond | Kisan Andolan | LT Show
फैमिली के साथ कार से लॉन्ग ट्रिप पर जाने से पहले पूरी करें ये चेक लिस्ट, सफर में नहीं होगी दिक्कत
Tips for Long Drive Journey अगर आप अपनी कार से फैमिली के साथ लॉन्ग ट्रिप का प्लान बना रहे हैं तो...
कोटा के तलवंडी इलाके में मोटरसाइकिल में मॉनिटर लिजार्ड जंगली छिपकली,मचा हड़कंप,आपने नहीं देखी होगी इतनी बड़ी छिपकली
कोटा के तलवंडी इलाके में एक मकान में खड़ी मोटरसाइकिल में मॉनिटर लिजार्ड जंगली छिपकली घुसने से...
અમિતાભ બચ્ચન ફરી કોરોના સંક્રમિત થયા,સંપર્કમાં આવેલા મિત્રોને ટેસ્ટ કરાવી લેવા કરી અપીલ
કોરોના વાયરસ ફરી એકવાર દેશભરમાં પોતાના પગ ફેલાવી રહ્યો છે. આ દરમિયાન બોલિવૂડના બાદશાહ અમિતાભ...
સોજીત્રા નગરપાલિકામાં સતાધારી પક્ષે વિરોધ કરતા પાલિકાનું બજેટ નામંજૂર
સોજિત્રામાં ભાજપના જ સભ્યોએ ઉગ્ર વિરોધ કરતા બજેટ નામંજૂર થયું છે જેમાં વિરોધ પક્ષના ૮ સભ્યો...