মাতৃ পুত্ৰই বৰবিহ ড্ৰাগছ সৰবৰাহৰ নোহোৱা নোপোজা ঘটনা । তাকো পুত্ৰক ড্ৰাগছ সৰবৰাহত জড়িত কৰিছে মাতৃয়ে। বৃৃহৎ পৰিমানৰ ড্ৰাগছ সহ দুই মাতৃ পুত্ৰক কৰায়ত্ব কৰিছে জাজৰি আৰক্ষীয়ে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী জহিদুৰ ৰহমান আৰু মাতৃ জোনমনি বেগমৰ ঘৰ মৰিগাঁও জিলাৰ মিকিৰভেটাত। নগাঁৱৰ পৰা জাজৰি হৈ মিকিৰভেটালৈ এখন স্কুটিৰে ড্ৰাগছ সৰবৰাহ কৰা অৱস্থাতে জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰ জ্যোতি বৰাই অভিযান চলাই ৩০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ মাতৃ পুত্ৰক কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শোণিতপুৰৰ বালিপৰাৰ পাকবিলত এখন সুৰাৰ বিপনী স্থাপন কৰাক লৈ ৰাইজৰ প্ৰতিবাদ…প্ৰশাসনে বন্ধ কৰি দিলে সুৰাৰ বিপনীখন
বালিপৰাৰ সমীপৱৰ্তী খেলমাটী পাকবিলত এখন সুৰাৰ বিপনী স্থাপনক লৈ প্ৰতিবাদ।প্ৰতিবাদ দিবাং বাৰ কাম...
Samsung Galaxy S24 फैन एडिशन का लॉन्च जल्द, Galaxy Tab S10 सीरीज की भी होगी एंट्री
Samsung Galaxy S24 फैन एडिशन को आने वाले कुछ दिनों में लॉन्च किए जाने की उम्मीद है। इसे Galaxy...
કેન્દ્રીય ચૂંટણી પંચે પત્રકાર પરિષદ
1 અને 5 ડિસેમ્બરે ગુજરાતની ચૂંટણી
8 ડિસે. પરિણામ
4 કરોડ 90 લાખ મતદાર 182 ધારાસભ્યને ચૂંટશે...
खिड़की का कांच फोड़ ट्रेन के डिब्बे में घुसी लोहे की रॉड, यात्री की गर्दन से हुई आर-पार, ऑन द स्पॉट मौत
UP News: अलीगढ़ जिले के सोमना रेलवे स्टेशन पर शुक्रवार सुबह बड़े हादसे ने हड़कंप मचा दिया. यहां...