ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত শাখা উত্তৰ ৰঙিয়া ছাত্র সন্থাই আজি ৰঙিয়া বুনিয়াদী অভ্যাসন বিদ্যালয়ৰ ২২০ গৰাকী ছাত্র-ছাত্ৰীৰ মাজত স্কুল বেগ বিতৰণ কৰে । উক্ত বেগ বিতৰণ কাৰ্যসূচী উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সৰ্বেশ্বৰ লহকৰে । অনুষ্ঠানটো পৰিচালনা কৰা জিলা ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান কয় যে এই বিদ্যালয়ত ২২০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্র ৬ গৰাকী শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে । যাৰ বাবে কন কন ছাত্র-ছাত্ৰী সকলে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হব লগা হৈছে । ইয়াৰ উপৰিও শ্ৰেণীকোঠা , ডেস্ক -বেঞ্চৰ অভাৱ আছে । বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্ত কৰাৰ লগতে অভাৱ সমূহ দূৰ কৰিবলৈ ছাত্ৰ নেতা ৰহমানে দাবী জনায় । অনুষ্ঠানটোত উপস্থিত থকা কটন কলেজিয়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দিবাকৰ শৰ্মাই আছুৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে । বিশেষকৈ এই বিদ্যালয়খনৰ অধিকাংশই শিক্ষাৰ্থীয়ে বান বিধ্বস্ত অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান । আছুৱে বেগ বিতৰণ কৰাত এইসকল ছাত্র-ছাত্ৰীয়ে কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিব বুলি শৰ্মাই দোহাৰে । উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে সাংবাদিক ফাৰুক হুছেইন , জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহ বুবুল আলী , ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মৃন্ময় কুমাৰ ডেকা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Hamas War: इसराइली सेना के शीर्ष अधिकारी ने दिया इस्तीफ़ा, क्या बढ़ेंगी मुश्किलें (BBC Hindi)
Israel Hamas War: इसराइली सेना के शीर्ष अधिकारी ने दिया इस्तीफ़ा, क्या बढ़ेंगी मुश्किलें (BBC Hindi)
Infertility के चलते क्या आप भी कर रही हैं तनाव का सामना, तो इससे उबरने में मददगार साबित हो सकते हैं ये टिप्स
इनफर्टिलिटी की समस्या का शारीरिक से ज्यादा महिलाओं के मानसिक सेहत पर असर देखने को मिलता है। इस...
भौतिकता से अलौकिक राह जानने की ओर "स्वयं की खोज" नामक पुस्तक का विमोचन समारोह प्रेस क्लब ऑफ़ इंडिया में हुआ सम्पन्न
प्रेस क्लब ऑफ़ इंडिया में "स्वयं की खोज" नामक पुस्तक का विमोचन समारोह सम्पन्न हुआ | लेखक...
मोखाडयातील घटना दुर्दैवी ; सरकारने आदिवासी भागात तातडीने मुलभूत सुविधा पुरवाव्यात
- पंकजाताई मुंडे यांची राज्य सरकारकडे मागणी
मुंबई दिनांक १६ आरोग्य सुविधा वेळेत न मिळाल्याने मोखाडा (जि. पालघर) तालुक्यातील एका गर्भवती...
વરસાદના કારણે દિઘડીયા ચિત્રોડી રોડ ધોવાયો
positive_Halvad વરસાદના કારણે દિઘડીયા ચિત્રોડી રોડ ધોવાયો