নাৰায়ণপুৰ শিক্ষাখন্ডৰ অন্তৰ্গত তিনটিয়া আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে National Means Cum Merit Scholarship 2021-22 চমুকৈ NMMS লাভৰ বাচনিত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ৷ নাৰায়ণপুৰৰ অতি পিচপৰা অঞ্চলত অৱস্থিত বিদ্যালয়খনে শিক্ষাগুৰুসকলৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলত প্ৰতি বছৰে শিক্ষাৰ মান উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে ৷ সম্প্ৰতি বিদ্যালয়খনৰ পৰা ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে মুস্তাক আলি , বিশ্বজিৎ ফুকন , এঞ্জেলিকা গগৈ , নীলাক্ষী গগৈ , মানস ফুকন , পংকজ প্ৰীতমজ্যোতি গগৈ আৰু জ্যোতিষ্মা বৰা ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া বৃহৎ সফলতা ৷ সাতগৰাকী ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাত উৎফুল্লিত বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মহৰিপাৰা সাপ্তাহিক বজাৰ গৃহ নিৰ্মাণ উদ্বোধন এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ
মহৰিপাৰা সাপ্তাহিক বজাৰ গৃহ নিৰ্মাণ উদ্বোধন এমচিএলএ পবিত্ৰ কুমাৰ বড়োই
বি.টি.আৰ. চৰকাৰৰ...
નડીઆદ ટાઉન પોલીસ સ્ટેશન નાઓએ પોતાના ફરજ કાળ દરમિયાન ખેલકૂદ વિભાગમાં એવોર્ડ થી સન્માનિત કરવામાં આવ્યા
કાજલબેન વીરાભાઈ દયાતર નડીઆદ ટાઉન પોલીસ સ્ટેશન નાઓએ પોતાના ફરજ કાળ દરમિયાન ખેલકૂદ વિભાગમાં પાવર...
एक पेड़ मां के नाम थीम पर किया वृक्षारोपण
एक पेड़ माँ के नाम - महात्मा गाँधी कॉलेज मे किया वृक्षारोपण
श्रीमाधोपुर
कस्बे के महात्मा...
2024 Kawasaki Ninja 500 इंडियन मार्केट में लॉन्च, 5.24 लाख रुपये है शुरुआती कीमत
नई कावासाकी निंजा 500 एक ट्रेलिस फ्रेम पर आधारित है और इसे 451 सीसी पैरेलल-ट्विन लिक्विड-कूल्ड...