ৰাজ্যৰ অন্যান্য প্ৰান্ত ৰ লগতে আজি দৰং তো আয়োজন কৰা হয় বিশ্ব জনসংখ্যা দিৱস । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ত কেন্দ্ৰীয় ভাবে আয়োজন কৰা হয় বিশ্ব জনসংখ্যা দিৱস । স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ হৰপল সিং সুৰী যে কাৰ্যসূচী উদ্বোধন কৰি কৈ জনসংখ্যা বিস্ফোৰণ এদিন গম্ভীৰ সমস্যা সৃষ্টি কৰিব সেয়ে মানুহ পৰিয়াল পৰিকল্পনা কৰা জৰুৰী । অনুষ্ঠান ত অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰীয়া ,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ৰ জিলা আঁচনি প্ৰবন্ধক নায়না পৰাশৰ , খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰ মাহুকম স্বাস্থ্য বিষয়া ডাঃ আব্দুল জালিল সহ অন্য বিষয়া উপস্থিত আছিল । উল্লেখনীয় যে বিশ্ব জনসংখ্যা কাৰ্যসূচী আজিৰ পৰা ২৪ জুলাই লৈ চলিব
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ 108 ઈમરજન્સી સેવા હોળી અને ધૂળેટીના તહેવારો માં લોકોનો જીવ બચાવવા માટે તત્પર અને તૈયાર..
રાજકોટ 108 ઈમરજન્સી સેવા હોળી અને ધૂળેટીના તહેવારો માં લોકોનો જીવ બચાવવા માટે તત્પર અને તૈયાર.....
ડીસાના કાંટ નજીક જુગાર રમતાં ચાર શખ્સોને પોલીસે ઝડપ્યા
ડીસા તાલુકા પોલીસની ટીમ શનિવારે પોલીસ સ્ટેશન વિસ્તારમાં પેટ્રોલિંગમાં હતી. ત્યારે ખાનગી રાહે મળેલ...