ৰাজ্যৰ অন্যান্য প্ৰান্ত ৰ লগতে আজি দৰং তো আয়োজন কৰা হয় বিশ্ব জনসংখ্যা দিৱস । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ত কেন্দ্ৰীয় ভাবে আয়োজন কৰা হয় বিশ্ব জনসংখ্যা দিৱস । স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ হৰপল সিং সুৰী যে কাৰ্যসূচী উদ্বোধন কৰি কৈ জনসংখ্যা বিস্ফোৰণ এদিন গম্ভীৰ সমস্যা সৃষ্টি কৰিব সেয়ে মানুহ পৰিয়াল পৰিকল্পনা কৰা জৰুৰী । অনুষ্ঠান ত অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰীয়া ,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ৰ জিলা আঁচনি প্ৰবন্ধক নায়না পৰাশৰ , খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰ মাহুকম স্বাস্থ্য বিষয়া ডাঃ আব্দুল জালিল সহ অন্য বিষয়া উপস্থিত আছিল । উল্লেখনীয় যে বিশ্ব জনসংখ্যা কাৰ্যসূচী আজিৰ পৰা ২৪ জুলাই লৈ চলিব
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PORBANDAR પોરબંદરમાં કલેકટર બંગલા પાસે પશુ દવાખાનાનું બિ૯ડીંગ બિસ્માર બન્યું 12 11 2022
PORBANDAR પોરબંદરમાં કલેકટર બંગલા પાસે પશુ દવાખાનાનું બિ૯ડીંગ બિસ્માર બન્યું 12 11 2022
ಬಿಜೆಪಿ ನಾಯಕರ ಯಾವ ಕುತಂತ್ರವೂ ಅನ್ನ ಭಾಗ್ಯ ದಾಸೋಹ ತಡೆಯಲು ಸಾಧ್ಯವಿಲ್ಲ- ಟ್ವೀಟ್ ಮೂಲಕ ಕಿಡಿಕಾರಿದ ಕಾಂಗ್ರೆಸ್
ಬಿಜೆಪಿ ನಾಯಕರು ಎಷ್ಟೇ ಕುತಂತ್ರ ಮಾಡಿದರೂ 5 ಗ್ಯಾರಂಟಿಗಳಲ್ಲಿ ಒಂದಾದ 'ಅನ್ನ ಭಾಗ್ಯ' ಯೋಜನೆಯನ್ನು ತಡೆಯಲು...
पेंडिंग पट्टे जारी करने को लेकर जिला कलक्टर ने ली समीक्षा बैठक*
बूंदी शहर में स्टेट ग्रांट व 69-ए के पेंडिंग पट्टे जारी करने तथा गौवंश की गौशालाओं में शिफ्टिंग...
দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ হৱ নোৱাৰে এই কথা প্ৰমাণ কৰিলে গৰমচুঙ গাঁৱৰ গাওঁৰ প্ৰিয়ংকা কলিতাই ।
দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ হৱ নোৱাৰে এই কথা প্ৰমাণ কৰিলে গৰমচুঙ গাঁৱৰ গাওঁৰ প্ৰিয়ংকা কলিতাই ।