বিদ্যাঞ্জলী আঁচনি আৰু বিদ্যালয় বন্ধ কৰাকলৈ মন্ত্ৰী যোগেন মহনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বিদ্যাঞ্জলী হ'ল- জ্ঞাননঞ্জলী । বিদ্বানলোকে জ্ঞান দান দিব লাগে। অৰ্থবানলোকে অৰ্থ দান দিব লাগে নিজে শিক্ষা গ্ৰহণ কৰি অহা বিদ্যালয়সমূহত।আনহাতে বিদ্যালয়ৰ বন্ধ কৰাকলৈ মন্ত্ৰী গৰাকীয়গৰ কয়-আজি কালি সকলোৱে চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক নপঢ়াই ব্যক্তিগত বিদ্যালয়ত পঢ়ায় নিজা সন্তানক । গতিকে চৰকাৰী গ্ৰামাঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নাইকীয়া হৈছে।গতিকে ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ লগত একত্রিকৰণ কৰিব।যদি বন্ধ কৰা বিদ্যালয় সমূহৰ ছাত্ৰ- ছাত্ৰী সংখ্যা বৃদ্ধি কৰিলে পুনৰ বিদ্যালয়সমূহৰ মুকলি কৰিব। যোৱা ৩ ছেপ্টেম্বৰত টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰা পাছত সাংবাদিকৰ প্ৰশ্ন উত্তৰত এই মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
G20 Summit 2023: घोषणापत्र में ऐसा क्या है, जिसे पढ़ कर 19 देशों ने भरी हामी | PM Modi | Delhi G20
G20 Summit 2023: घोषणापत्र में ऐसा क्या है, जिसे पढ़ कर 19 देशों ने भरी हामी | PM Modi | Delhi G20
ડીસામાં મિલકતના ઝઘડામાં મોટા પુત્ર એ માતા અને નાના ભાઈ ઉપર હુમલો કર્યો
ડીસામાં મિલકતના ઝઘડામાં મોટા પુત્ર એ માતા અને નાના ભાઈ ઉપર હુમલો કર્યો
Bharti Singh Cute Moment WIth Her Son During Promo Shoot Of Sa Re Ga Ma Pa Ltl Champ
Bharti Singh Cute Moment WIth Her Son During Promo Shoot Of Sa Re Ga Ma Pa Ltl Champ
નડિયાદ જલારામ મંદિર ખાતે તુલસી વિવાહ યોજાયો
ગત રોજ અગિયારસ નિમિતે નડિયાદ જલારામ મંદિર ખાતે તુલસી વિવાહ નો ભવ્ય આયોજન કરવામાં આવ્યું દર્શન...
শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গড়গাঁও মহাবিদ্যালয়ত আয়োজন কৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সফলতাৰে সম্পূৰ্ণ
শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গড়গাঁও মহাবিদ্যালয় শিক্ষক গোট আৰু অসম উন্নতি সভা নাজিৰা...