বিদ্যাঞ্জলী আঁচনি আৰু বিদ্যালয় বন্ধ কৰাকলৈ মন্ত্ৰী যোগেন মহনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বিদ্যাঞ্জলী হ'ল- জ্ঞাননঞ্জলী । বিদ্বানলোকে জ্ঞান দান দিব লাগে। অৰ্থবানলোকে অৰ্থ দান দিব লাগে নিজে শিক্ষা গ্ৰহণ কৰি অহা বিদ্যালয়সমূহত।আনহাতে বিদ্যালয়ৰ বন্ধ কৰাকলৈ মন্ত্ৰী গৰাকীয়গৰ কয়-আজি কালি সকলোৱে চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক নপঢ়াই ব্যক্তিগত বিদ্যালয়ত পঢ়ায় নিজা সন্তানক । গতিকে চৰকাৰী গ্ৰামাঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নাইকীয়া হৈছে।গতিকে ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ লগত একত্রিকৰণ কৰিব।যদি বন্ধ কৰা বিদ্যালয় সমূহৰ ছাত্ৰ- ছাত্ৰী সংখ্যা বৃদ্ধি কৰিলে পুনৰ বিদ্যালয়সমূহৰ মুকলি কৰিব। যোৱা ৩ ছেপ্টেম্বৰত টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰা পাছত সাংবাদিকৰ প্ৰশ্ন উত্তৰত এই মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAGSU उदालगुड़ी ने किया मेधावी छात्रों का अभिनन्दन
अखिल असम गोर्खा छात्र संघ के उदालगुड़ी जिला समिति के तत्वाधान में और ज़िले के 12 आंचलिक समिति के...
US Share Market In Danger LIVE Tracking |Morning Business News:क्या है देश दुनिया के बाजारों का हाल?
US Share Market In Danger LIVE Tracking |Morning Business News:क्या है देश दुनिया के बाजारों का हाल?
હાલોલની એમ.& વી.આર્ટ્સ & કોમર્સ કોલેજ ખાતે ગુજરાત સાંસ્કૃતિક વકતૃત્વ સ્પર્ધા યોજાઈ.
હાલોલ શહેરના ગોધરા રોડ પર આવેલ એમ.& વી.આર્ટ્સ & કોમર્સ કોલેજ ખાતે સત્ય સનાતન ભારતીય...
"ಓಲ್ಡ್ ಒರಿಜಿನಲ್ ವಿನಾಯಕ ಮೈಲಾರಿ ಹೋಟೆಲ್" ಅನ್ನು ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು ಉದ್ಘಾಟಿಸಿದರು.
ಮೈಲಾರಿ ಹೋಟೆಲ್ ನ ದೋಸೆಗೆ ಮನಸೋತ ಮುಖ್ಯಮಂತ್ರಿ ಸಿದ್ದರಾಮಯ್ಯ
"ಓಲ್ಡ್ ಒರಿಜಿನಲ್ ವಿನಾಯಕ ಮೈಲಾರಿ ಹೋಟೆಲ್"...
मुक्ति फाउंडेशन ने मकर सक्रांति का पर्व "ओढ़ा दो जिंदगी" धूमधाम से मनाया
लखनऊ। राजधानी लखनऊ में शनिवार को मुक्ति फाउंडेशन के तत्वावधान में मकर सक्रांति का...