বিকাশৰ কাৰ্য্যসূচী লৈ আজি নলবাৰীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা৷মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰীত উপস্থিত হৈয়ে নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ উৰনীয়া সেতু উন্মোচন কৰাৰ লগতে অন্য কেইবাটাও পথ আৰু অন্য উন্নয়ন মুলক কাৰ্য্যৰ শুভাৰম্ভ কৰে৷ইয়াৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জিলা বিজেপিৰ কাৰ্য্যালয় উদ্বোধন কৰে৷আনহাতে চাৰিটা শক্তি প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷আনহাতে নলবাৰীত পোন প্ৰথমবাৰৰ বাবে নলবাৰী পৰা নলবাৰী মেডিকেল কলেজ আৰু মুকালমুৱাৰ পৰা নলবাৰী মেডিকেল কলেজলৈ দুখন পৰিবহণ নিগমৰ বাছ সেৱা মুকলি কৰে৷আজি মুখ্যমন্ত্ৰী গৰাকীৰ লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,চন্দ্ৰমোহন পাটোৱাৰী,সাংসদ দিলীপ শইকীয়া,কুইন ওজাকে ধৰি মন্ত্ৰী বিধায়ক দলীয় কাৰ্য্যকৰ্তা আৰু বিভাগীয় বিষয়া কৰ্মচাৰী সকলে সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ओ.सी.डी. नामक मानसिक रोग को लेकर जागरूकता वर्कशॉप रविवार को
ओ.सी.डी. नामक मानसिक रोग के विषय में जन जागृति फैलाने के लिए अफिनिटी हॉस्पिटल, तलवंडी...
જસદણ પંથકમાં વિજ ચેકીંગ હાથ ધરવામાં આવ્યું
જસદણ પંથકમાં વિજ ચેકીંગ હાથ ધરવામાં આવ્યું
DEESA BANASKANTHA/ડીસા આખોલ ચાર રસ્તા પર રાત્રે દરમિયાન તસ્કરોએ તરખાટ મચાવ્યો..
DEESA BANASKANTHA/ડીસા આખોલ ચાર રસ્તા પર રાત્રે દરમિયાન તસ્કરોએ તરખાટ મચાવ્યો..
जम्मू-कश्मीर विधानसभा का पहला सत्र आज से:अब्दुल रहीम राथर स्पीकर चुने जाएंगे, CM उमर ने सहयोगी दलों के साथ बैठक के बाद फैसला लिया
जम्मू-कश्मीर विधानसभा का पहला सत्र आज से शुरू होगा। इससे पहले रविवार को मुख्यमंत्री उमर अब्दुल्ला...