টিংখাঙত মন্ত্ৰী বিমল বৰাৰ উদ্যোগত চাহ জনগোষ্ঠী মৰ্চা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত সমষ্টিটোৰ চাৰিটা স্থানত অনুষ্ঠিত কৰা হৈছে ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা। টিংখাঙৰ কৰঙাণী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধন কৰে মন্ত্ৰী বিমল বৰাই । কৰ্মশালাত উপস্থিত থাকে জনপ্ৰিয় শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক দুলাল মানকি । এই কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰিব। কৰ্মশালাৰ জৰিয়তে চাহ জনগোষ্ঠী লোক তথা উঠি অহা প্ৰজন্মক যথেষ্ট পৰিমাণে উৎসাহিত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મારી વાડીએ જવાનો રસ્તો તે કેમ ખેડી નાંખ્યો તેમ કહી માર માર્યો
મૂળી તાલુકામાં નાનીનાની બાબતોએ ઉશ્કેરાઇ જઇને મારામારી અને ઝધડાનાં બનાવો દિવસે દિવસે ખુબજ વધી...
চৰকাৰে কৰম পূজাক অপমান কৰিছে।ঃপ্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী এতুৱামুণ্ডা
ৰাজ্যচৰকাৰে কৰম।পূজাক লৈ দিয়া এখন জাননীক কেন্দ্ৰ কৰি ৰাজ্যযুৰি ব্যাপক প্ৰতিক্ৰিয়া...
AC Manufacturing Plant | AC मैन्युफैक्चरिंग में विस्तार करेगी ये कंपनी | PG Electroplast ltd.
AC Manufacturing Plant | AC मैन्युफैक्चरिंग में विस्तार करेगी ये कंपनी | PG Electroplast ltd.
WHAT HAPPENS WHEN YOU DRINK LEMON WATER FOR 30 DAYS | By GunjanShouts
WHAT HAPPENS WHEN YOU DRINK LEMON WATER FOR 30 DAYS | By GunjanShouts