ৰাজ্যত বন্ধ হোৱা মুঠ ১৭১০ খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা খন এনে ধৰণৰ :-
বৰপেটা :- ৬২ খন
বঙাইগাঁৱত :- ৬৮ খন
কাছাৰ :- ১২৯ খন
দৰঙত :- ৬৪ খন
ধেমাজি :- ৮৫ খন
ধুবুৰী :- ৫৬ খন
ডিব্ৰুগড় :- ৬০ খন
গোৱালপাৰা :- ৮৯ খন
গোলাঘাট :- ৪৫ খন
হাইলাকান্দি :- ৫৯ খন
যোৰহাট :- ১৮২ খন
তিনিচুকীয়া :- ৫০ খন
শিৱসাগৰ :- ১৩৬ খন
কামৰূপ(ম) :- ৯৪ খন
নলবাৰী :- ১৩৪ খন
শোণিতপুৰ :- ১০৫ খন
মৰিগাঁৱত :- ১৪৮ খন
নগাঁৱত :- ৯০ খন
কৰিমগঞ্জত :- ৪৯ খন