চৰাইদেউ জিলাৰ সৈতে সংলগ্ন নাগালেণ্ডৰ মন জিলাৰ যাতায়ত ব্যৱস্থাৰ মেৰুদণ্ড স্বৰূপ নামতোলা মন সংযোগী পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ প্ৰতিবাদত বৰ্তমান যাতায়তৰ অনুপযোগী হৈ পৰিছে। ইয়াৰ প্ৰতিবাদত আজি স্থানীয় দল সংগঠনে পথটোত অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে।