আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক হাতে-লোটে গ্ৰেপ্তাৰ। মৰিগাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক গৰাকী। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ। বিষয়াগৰাকীয়ে সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰ বাবে বিচাৰিছিল ১ লাখ টকা। শুকুৰবাৰে বেলতলা অমৰ এন ক্লেভত থকা বৰষা বৰা বৰদলৈ ফ্লেটত সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান। বৰষা বৰা বৰদলৈৰ বাহনতো তালাচী চলাই দূৰ্নীতি নিৰ্বাৰক শাখাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মন কী বাত" অনুষ্ঠানৰ পিছতে "বুথ কী বাত" অনুষ্ঠানৰ আয়োজন
মাননীয় দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক উদ্দেশ্য কৰি আগবহুৱা "মন...
Facebook Instagram Down: फेसबुक और इंस्टाग्राम सर्वर डाउन, यूजर्स के अकाउंट अपने आप हो रहे लॉगआउट
सोशल मीडिया प्लेटफॉर्म Instagram पिछले 20 मिनट से डाउन है। इससे जुड़े कई ट्वीट्स यूजर ने X अकाउंट...
GPay में आया UPI Voucher अपडेट, कैसे काम करता है ये फीचर?
GPay UPI Voucher गूगूल पेमेंट में कई नए फीचर एड ऑन हुआ है। इस फीचर में से एक यूपीआई वाउचर फीचर भी...
স্বাধীনতা ৭৫ বছৰৰ পিছতো বাঁহৰ দলঙেই যাতায়তৰ মাধ্যম
সমগ্ৰ দেশজুৰি এইবাৰ উলহমালহেৰে উৎযাপন কৰা হল আজাদি কা অমৃত মহোৎসৱ। আজাদি কা অমৃত মহোৎসৱৰ উল্লাসে...