নলবাৰী আৰু কামৰূপ জিলাৰ সংযোগী প্ৰধান যোগাযোগৰ পথ হল মৰোৱা কমলপুৰ গড়কাপ্তানি পথ৷উক্ত পথটো বিগত জুনমাহত হোৱা প্ৰলয়ংকৰী বানৰ বিধস্ত কৰিছিল৷আনকি দুয়ো জিলাৰ সীমাত অৱস্থিত এটি কালভাৰ্ট সম্পূৰ্ণ ৰূপে উটুৱাই নিছিল৷উক্ত ঠাইত এখন বাহৰ সাকোঁ দিছে যদিও সেইখনৰে যাতায়তৰ উপযুক্ত হোৱা নাই৷বিপদসংকুল ভাবে সাকোঁ খনৰে পাৰ হব লাগে৷ভূক্তভোগি ৰাইজে অনতিপলমে যাতায়তৰ সুচল কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ইতিমধ্যেই আমি জংগি হৈ পৰিচো। মৰাণ জনগোষ্ঠীৰ লগতে ৬ জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান নকৰিলে আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হম। ডিৰাক মৰাণ ছাত্ৰ সন্থাৰ সা: সম্পাদক ৰিপুঞ্জয় মৰাণ।
মৰাণ জনগোষ্ঠীৰ লগতে ৬ জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান নকৰিলে আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হম।
*सोयगांव येथे होमगार्ड संघटनेचा ७६ वा वर्धापन दिन मोठ्या उत्साहात साजरा*
*सोयगांव येथे होमगार्ड संघटनेचा ७६ वा वर्धापन दिन मोठ्या उत्साहात साजरा*
BJP MLA AL Hek tries to strengthen BJP in Garo Hills
Hundreds members joined bjp
today , they were welcomed and facilitated by Shri Al Hek MLA and...
Abhishek Bachchan, Nimrat Kaur's 'Dasvi' wins Best Web Original Film | OTTplay AWARDS 2022
Dasvi wins the award for best film starred Abhisek Bachan as jailed prisoner who clears his class...
खारुपेटिया में भाजपा के बूथ सभापति रबिन्द्र देबनाथ की मृत्यु : शोकाकुल नगर
दरंग ज़िले के खारुपेटिया में आज तड़के भाजपा के 186 बूथ सभापति रविंद्र देबनाथ की मृत्यु हो गयी |...