নলবাৰী জিলাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক দয়াৰাম কলিতাৰ মৃত্যুত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰে৷এটি শোক বাণীত সাংসদ গৰাকীয়ে দয়াৰাম কলিতাৰ মৃত্যুত মৰ্মাহত হোৱা বুলি উল্লেখ কৰি কয় যে নলবাৰীয়ে এজন প্ৰকৃত সমাজসেৱক হেৰুৱালে৷তেওঁ শোকবাৰ্তাত মৃতকৰ পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Abdul sattar yancha vadgrast vaktavya | अब्दुल सत्तार यांचं वादग्रस्त वक्तव्य | supriya sule
Abdul sattar yancha vadgrast vaktavya | अब्दुल सत्तार यांचं वादग्रस्त वक्तव्य | supriya sule
GANDHINAGAR : કોલવડામાં થયેલી યુવકની હત્યાનો ભેદ ઉકેલાયો
#buletinindia
Israel Hamas War Impact On Share Market | कहां जाएगा कच्चा तेल? भारतीय बाजार में इसका कितना असर?
Israel Hamas War Impact On Share Market | कहां जाएगा कच्चा तेल? भारतीय बाजार में इसका कितना असर?
તળાજા તાલુકામાં શ્રાવણિયો જુગાર રમતા 54 જડપાયા.દાઠા.અલંગ.મરીન પોલીસની કાર્યવાહી
તળાજા તાલુકામાં શ્રાવણિયો જુગાર રમતા 54 જડપાયા.દાઠા.અલંગ.મરીન પોલીસની કાર્યવાહી
শিৱসাগৰত চাফাই কৰ্মী চাৰিদিন ধৰি ধৰ্মঘট
শিৱসাগৰত চাফাই কৰ্মী চাৰিদিন ধৰি ধৰ্মঘট | নৰক কুণ্ডত পৰিণত ঐতিহাসিক চহৰ | পৌৰসভা আৰু চাফাই কৰ্মী...