ধেমাজি প্ৰশাসনৰ দুটাকৈ খোৱাপানী প্লাণ্টত প্ৰসাসনৰ তলা ৷ কালি জিলা প্ৰশাসনে আকস্মিকভাৱে ধেমাজি হাতীগড়স্হিত দিগন্ত গগৈৰ " ধেমাজি খোৱাপানী " আৰু এৰাধলগাঁও স্হিত " সোৱনশিৰি একুৱা " নামৰ দুটা খোৱা পানী প্লাণ্টত অভিযান চলায় ৷ অভিযানৰ সময়ত দুয়োটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে প্ৰয়োজনীয় বৈধ প্ৰমাণপত্ৰ আৰু নথিপত্ৰ দেখুৱাব নোৱৰাত ধেমাজি জিলা প্ৰশাসনে প্ৰতিষ্ঠান দুটা অবৈধ বুলি ঘোষণা কৰে আৰু তলা লগাই দিয়ে ৷ জানিবলৈ পোৱামতে ধেমাজি জিলাৰ আৰু ৮ টা খোৱাপানীৰ প্লাণ্টত প্ৰশাসনে অভিযান চলাব শীঘ্ৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजकीय बालिका उच्च माध्यमिक विद्यालय क्लस्टर कैंप का आयोजन केशोरायपाटन
राजकीय बालिका उच्च माध्यमिक विद्यालय क्लस्टर कैंप का आयोजन
केशोरायपाटन
भारत निर्वाचन आयोग एवम्...
पश्चिम रेलवे द्वारा दो जोड़ी स्पेशल ट्रेनों के फेरों का विस्तार
यात्रियों की सुविधा तथा उनकी मांग को पूरा करने के लिए पश्चिम रेलवे द्वारा दो जोड़ी स्पेशल ट्रेनों...
আজাদীকা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জাগৰন মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত শুভাযাত্ৰা
আজাদীকা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জাগৰন মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত সকলোৰে ঘৰে ঘৰে...
महाराष्ट्र नवनिर्माण सेना कार्यकारिणीत मोठे फेरबदल; नवीन जिल्हाध्यक्ष कोण? #khabarbat #india #live
महाराष्ट्र नवनिर्माण सेना कार्यकारिणीत मोठे फेरबदल; नवीन जिल्हाध्यक्ष कोण? #khabarbat #india #live