ধেমাজি প্ৰশাসনৰ দুটাকৈ খোৱাপানী প্লাণ্টত প্ৰসাসনৰ তলা ৷ কালি জিলা প্ৰশাসনে আকস্মিকভাৱে ধেমাজি হাতীগড়স্হিত দিগন্ত গগৈৰ " ধেমাজি খোৱাপানী " আৰু এৰাধলগাঁও স্হিত " সোৱনশিৰি একুৱা " নামৰ দুটা খোৱা পানী প্লাণ্টত অভিযান চলায় ৷ অভিযানৰ সময়ত দুয়োটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে প্ৰয়োজনীয় বৈধ প্ৰমাণপত্ৰ আৰু নথিপত্ৰ দেখুৱাব নোৱৰাত ধেমাজি জিলা প্ৰশাসনে প্ৰতিষ্ঠান দুটা অবৈধ বুলি ঘোষণা কৰে আৰু তলা লগাই দিয়ে ৷ জানিবলৈ পোৱামতে ধেমাজি জিলাৰ আৰু ৮ টা খোৱাপানীৰ প্লাণ্টত প্ৰশাসনে অভিযান চলাব শীঘ্ৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাতৃহাৰা হ’ল নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা
নলবাৰী চহৰৰ শান্তিপূৰ ধৰ্মপ্ৰাণা মহিলা তথা বিশিষ্ট নাট্যকাৰ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি...
Airtel के स्पेशल फेस्टिव प्लान लॉन्च, OTT और एक्स्ट्रा डेटा जैसे मिल रहे बेनिफिट
एयरटेल ने यूजर्स के लिए तीन नए प्रीपेड प्लान लॉन्च किए हैं। इनकी खास बात है कि इनमें ओटीटी...
જસદણમાં ભાજપ સેન્સ પ્રક્રિયાને લઈને નારાજગી 9માંથી 6 દાવેદારોની સાથે મતદારો નારાજ હોવાના આક્ષેપ
જસદણમાં ભાજપ સેન્સ પ્રક્રિયાને લઈને નારાજગી 9માંથી 6 દાવેદારોની સાથે મતદારો નારાજ હોવાના...
દાંતા અંબાજી મંદિમાં સવારે પાંચથી રાત્રિના બાર વાગ્યા સુધી ભક્તો માટે દર્શન વ્યવસ્થા ગોઠવાશે
દાંતા અંબાજી મંદિમાં સવારે પાંચથી રાત્રિના બાર વાગ્યા સુધી ભક્તો માટે દર્શન વ્યવસ્થા ગોઠવાશે