মাকৰ ঘৰলৈ ফুৰিবলৈ গৈ নিৰুদ্দেশ হ'ল পত্নী । এতিয়া পত্নীক বিচাৰি হাহাকাৰ কৰিছে স্বামীয়ে । এই ঘটনা সংঘটিত হৈছে দেৰগাৱঁৰ কাকডোঙাৰ বেজগাৱঁত । নগেন বৰা নামৰ ব্যক্তিজনৰ পত্নী ৰুণু বৰা কণমানি পুত্ৰৰ সৈতে ফৰকাটিঙৰ মাতৃ গৃহলৈ গৈছিল যোৱা ২০ আগষ্টত । তাৰ পিছতে সন্ধানহীন ৰুণু বৰা । এটি পুত্ৰ আৰু কন্যা সন্তানৰ মাতৃ ৰুণু বৰাক বিচাৰি এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে । আৰক্ষীক জনোৱাৰ পিছতো পত্নীৰ সন্ধান নোলোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে স্বামী । কোনো সদাসয় লোকে এই গৰাকী মহিলাৰ সম্ভেদ পালে আৰক্ষীক জনাবলৈ অনুৰোধ কৰিছে স্বামী নগেন বৰাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Iran ने टॉप कमांडर की मौत पर Israel को दे डाली चेतावनी (BBC Hindi)
Iran ने टॉप कमांडर की मौत पर Israel को दे डाली चेतावनी (BBC Hindi)
पैदल चलने के 12 फायदे I 12 Benefits of walking
पैदल चलने के 12 फायदे I 12 Benefits of walking
किरकोळ वादातून कार चालकाने दुचाकी स्वराला पाठीमागून दिली जोराची धडक;
किरकोळ वादातून कार चालकाने दुचाकी स्वराला पाठीमागून दिली जोराची धडक; एक गंभीर@india report
ধেমাজিৰ গোগামুখত অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ তীব্ৰতৰঃ সীমাৰ পৰা ৫ কিলোমিটাৰ পিছুৱাই আহিল অসম আৰক্ষী
আজিৰ খবৰ, লখিমপুৰ, ১৯ জুলাই, ২০২২ : অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ...
एत्माद्दौला में दबंगों ने परिवार को दहशत में लाने के लिए किए सात राउंड फायर
आगरा: एक परिवार पर मुकदमा वापस लेने के लिए दबाव बनाने के लिए और उनके बीच दहशत कायम करने के लिए...