দৰঙৰ হাজৰিকাপাৰাৰ শ্বেতমদাৰত উদ্ধাৰ দুস্প্ৰাপ্য ঈগল চৰাই ।
খৰ্গ নাথ নামৰ লোকজনে বাসগৃহৰ পিছফালে মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে চৰাইটো
কদম গছ এডালৰ পৰা মাটিত সৰি পৰিছিল চৰাইটো
দুস্প্ৰাপ্য ঈগল চৰাইটো চাবলৈ ভিৰ কৰে ওচৰ-চুবুৰীয়াই
পিছত ৰাইজে বন বিভাগক গতাই দিয়ে চৰাই টি।
চৰাই উদ্ধাৰ কৰা খৰ্গ নাথক আঘাত কৰে ঈগল চৰাইটোৱে।