এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হিচাপে নাম থকা দিব্যজ্যোতি দত্তই তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ পৰিদৰ্শক হিচাপে যোগদান কৰাৰ পিছত অঞ্চলটোত বহু কেইটা গুৰুত্বপূৰ্ণ তথা উল্লেখযোগ্য কাম সম্পাদন কৰে। আৰক্ষী বিষয়া গৰাকীয়ে বিশেষকৈ মদ জুৱাৰ আড্ডা উচ্ছেদ কৰাৰ লগতে ড্ৰাগছ বিৰোধী অভিযান চলাই ৰাইজৰ আস্থাৰ পাত্ৰ হৈ পৰিছে। আনকি বহু কেইটা সফল অভিযান কৰিছে। আনহাতে, এগৰাকী গল্পকাৰ হিচাপেও দিব্যজ্যোতি দত্তৰ জনপ্ৰিয়তা আছে। আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા કથાકાર પુ મોરારીબાપુએ લોકોને મતદાન કરવા અપીલ કરી
મહુવા કથાકાર પુ મોરારીબાપુએ લોકોને મતદાન કરવા અપીલ કરી
IT Tax Demand On Indigo: कंपनी को ₹1666 करोड़ का टैक्स नोटिस, क्या बुरी तरह गिरेगा Stock? | News
IT Tax Demand On Indigo: कंपनी को ₹1666 करोड़ का टैक्स नोटिस, क्या बुरी तरह गिरेगा Stock? | News
ડીસામાં ગુલબાણીનગર સોસાયટીના રહીશો અને બિલ્ડર વચ્ચે ચાલતા ડીપી રોડના વિવાદનો આખરે અંત આવ્યો છે
ડીસામાં ગુલબાણીનગર સોસાયટીના રહીશો અને બિલ્ડર વચ્ચે ચાલતા ડીપી રોડના વિવાદનો આખરે અંત આવ્યો છે
বৰপেটাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াই মোগলক লৈ কৰা মন্তৱ্যত বিশিষ্ট
বৰপেটাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াই মোগলক লৈ কৰা মন্তৱ্যত বিশিষ্ট লেখক হিন্দুত্ববাদী নেতা অমল...
गोरखपुर जंक्शन पर कम बजट में मिल जाएंगे होटल के कमरे, यात्रियों को विश्राम के लिए नहीं जाना होगा बाहर
गोरखपुर जंक्शन पर पहुंचने वाले यात्रियों को रात्रि विश्राम के लिए स्टेशन परिसर से बाहर जाने की...