এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হিচাপে নাম থকা দিব্যজ্যোতি দত্তই তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ পৰিদৰ্শক হিচাপে যোগদান কৰাৰ পিছত অঞ্চলটোত বহু কেইটা গুৰুত্বপূৰ্ণ তথা উল্লেখযোগ্য কাম সম্পাদন কৰে। আৰক্ষী বিষয়া গৰাকীয়ে বিশেষকৈ মদ জুৱাৰ আড্ডা উচ্ছেদ কৰাৰ লগতে ড্ৰাগছ বিৰোধী অভিযান চলাই ৰাইজৰ আস্থাৰ পাত্ৰ হৈ পৰিছে। আনকি বহু কেইটা সফল অভিযান কৰিছে। আনহাতে, এগৰাকী গল্পকাৰ হিচাপেও দিব্যজ্যোতি দত্তৰ জনপ্ৰিয়তা আছে। আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
80 वर्षाच्या आजोबांनी भर कार्यक्रमात केल असं काही की... । Funny Videos On Social Media | Hpn News
80 वर्षाच्या आजोबांनी भर कार्यक्रमात केल असं काही की... । Funny Videos On Social Media | Hpn News
ED Summons CM Kejriwal: दिल्ली शराब घोटाले में केजरीवाल का हाथ- Anurag Thakur | Delhi Liquor Scam
ED Summons CM Kejriwal: दिल्ली शराब घोटाले में केजरीवाल का हाथ- Anurag Thakur | Delhi Liquor Scam
हिंदू समाज ने पत्थर बाजी के खिलाफ दिया ज्ञापन
हिंडोली में हिंदू समाज ने देव विमानों पर हुए पथराव को लेकर विरोध प्रदर्शन करते हुए ज्ञापन दिया।इस...
કડી : કોર્ટે લોન ધારકને એક વર્ષની સાદી કેદની સજા ફટકારી; 60 દિવસમાં પૈસા ચુકવણી કરવા હુકમ
કડીના કલાલવાસમાં રહેતા ઇમરાનભાઈ ઘાંચીને કડી જ્યુડિશિયલ મેજિસ્ટરની કોર્ટે એક વર્ષની સાદી કેદની સજા...
দৰঙৰ খাৰুপেটীয়াত তেৰাপন্থ যুৱক পৰিষদৰ মেগা ৰক্তদান শিৱিৰৰ আয়োজন World's Biggest Blood Donation Drive
দৰং জিলাৰ খাৰুপেটীয়া নগৰস্থিত তেৰাপন্থ ভৱনত দেওবাৰে অখিল ভাৰতীয় তেৰাপন্থ যুৱক পৰিষদৰ খাৰুপেটীয়া...