গোলাঘাট ষ্টেডিয়াম কম্প্লেক্সত গোলাঘাট জাতীয় বিদ্যালয়ৰ সৌজন্যত অভিৰুচি ক্ৰিয়া দিৱস উদ্যাপন l আজি বিশ্ব অভিৰুচি ক্ৰিয়া দিবস l সেই উপলক্ষে গোলাঘাট ষ্টেডিয়াম কম্প্লেক্সত গোলাঘাট জাতীয় বিদ্যালয়ৰ সৌজন্যত অভিৰুচি ক্ৰিয়া দিৱস উদ্যাপন কৰা হয় l অভিৰুচি ক্ৰিয়া দিৱস ৰ লগত সংগতি ৰাখি ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰে অনুষ্ঠিত কৰে বিদ্যালয় কৰ্তৃপক্ষই l উক্ত আনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ লগতে গোলাঘাট জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল আৰু নিমন্ত্ৰিত অতিথি সকল উপস্থিত থাকে
গোলাঘাট ষ্টেডিয়াম কম্প্লেক্সত গোলাঘাট জাতীয় বিদ্যালয়ৰ সৌজন্যত অভিৰুচি ক্ৰিয়া দিৱস উদ্যাপন l আজি বিশ্ব অভিৰুচি ক্ৰিয়া দিবস l সেই উপলক্ষে গোলাঘাট ষ্টেডিয়াম কম্প্লেক্সত গোলাঘাট জাতীয় বিদ্যালয়ৰ সৌজন্যত অভিৰুচি ক্ৰিয়া দিৱস উদ্যাপন কৰা হয় l অভিৰুচি
![](https://i.ytimg.com/vi/2H6-YGpGDpY/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)