চৰাই দেউ জিলাৰ সদৰ সোনাৰীৰ ধোদৰ আলিৰ কাষতে থকা পদ্মকুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ চোৰে তাণ্ডৱ চলালে। ঘটনাৰ বিৱৰণী অনুসৰি চৰাইদেউ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান পদ্মকুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা চোৰৰ এটা দলে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে নিশা চোৰৰ দলটোৱে বিদ্যালয়ত তলাভাঙি প্ৰৱেশ কৰি অধ্যক্ষৰ কোঠাৰ সংলগ্ন হৈথকা কোঠাৰ তলা।ভাঙি প্ৰৱেশ কৰি বিভিন্ন গুৰুত্ব পূৰ্ণ নথি পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে চি চি টিভি আৰু কম্পিউটাৰৰ বহু মূল্যৱান সামগ্ৰী আদি চুৰি কৰি নিয়ে পুৱা।বিদ্যালয় কতৃপক্ষই বিদ্যালয়ত সংঘটিত হোৱা চুৰি কাণ্ডৰ বিষয়ে জানিব পাৰি স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰে।ইতিমধ্যে সোনাৰী আৰক্ষীয়ে বিদ্যালয়ত অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্য্যন্ত। চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોડેલી ખત્રી વિદ્યાલય માં વાલી મીટીંગ નું આયોજન કરવામાં આવ્યું
બોડેલી ખત્રી વિદ્યાલય માં વાલી મીટીંગ નું આયોજન કરવામાં આવ્યું
Cm ભૂપેન્દ્ર પટેલની અધ્યક્ષતામાં ઋષિકેશ પટેલની ઉપસ્થિતિમાં આરોગ્ય વિભાગની ઉચ્ચસ્તરીય બેઠકમાં લેવાયા મહત્વપૂર્ણ નિર્ણયો
મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલની અધ્યક્ષતામાં અને આરોગ્યમંત્રીશ્રી ઋષિકેશ પટેલની ઉપસ્થિતિમાં...
Royal Enfield Motoverse 2023 गोवा में 24 नवंबर से होगा शुरू, कंपनी ने जारी किया पूरा शेड्यूल
Royal Enfield Motoverse 2023 इवेंट 24 से 26 नवंबर तक गोवा के वागाटोर में होगा। कंपनी ने राइडर...
જ્ઞાનવાપી કેસમાં મુસ્લિમ પક્ષના વકીલ અભયનાથ યાદવનું હાર્ટ એટેકથી થયું અવસાન
જ્ઞાનવાપી શ્રૃંગાર ગૌરી કેસમાં મુસ્લિમ પક્ષ વતી વરિષ્ઠ વકીલ અભયનાથ યાદવનું અવસાન થયું છે. હાર્ટ...