নাজিৰা সমষ্টিৰ মেকিপুৰ চাহ বাগিছাত অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে সংঘৰ নাজিৰা শাখাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে ।