ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰঙাজুলি শান্তিপুৰ শিৱ মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সাৰ্বজনীন গণেশ চতুৰ্থী মহোৎসৱ উদযাপনৰ আজি সফল সামৰণি পৰে । তিনিদিনীয়াকৈ অনুষ্ঠিত ব্যাপক আয়োজনেৰে চলোৱা গণেশ চতুৰ্থী মহোৎসৱত শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ৷ আনহাতে ডিমাকুছিৰ গধূলি বজাৰ চকতো উলহ মালহৰে গণেশ চতুৰ্থী মহোৎসৱ উদযাপন কৰে । আয়তি সকলৰ নাম কীৰ্তননৰে মুখৰিত হৈ পৰে ডিমাকুছিৰ গণেশ মন্দিৰ প্ৰাঙ্গণ । গনেশ মূৰ্ত্তি স্থাপনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে আৰতি , নাম কীৰ্তন অনুস্থিত হয় ৷ডিমাকুছিত তিনিদিনীয়াকৈ অনুষ্ঠিত গণেশ চতুৰ্থী মহোৎসৱৰ সফল সামৰণি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha 2nd Phase Voting News: देखिए दूसरे चरण में किस राज्य में कितनी सीटों पर मतदान?
Lok Sabha 2nd Phase Voting News: देखिए दूसरे चरण में किस राज्य में कितनी सीटों पर मतदान?
આજથી રામદેવપીર બાપાના સાડા ત્રણ દિવસનો ઉત્સવનો પ્રારંભ
આજથી રામદેવપીર બાપાના સાડા ત્રણ દિવસનો ઉત્સવનો પ્રારંભ
Honor X9b: इंडियन मार्केट में जल्द एंट्री करेगा हॉनर का नया धांसू फोन, 108MP कैमरा के साथ मिलेंगे ये धांसू फीचर्स
Honor X9b India Launch Date बीआईएस लिस्टिंग से पुष्टि होती है कि Honor X9b ऑनर द्वारा भारत में...
વિભાગીય નિયામક સાબરકાંઠા જિલ્લાની મુલાકાત લીધી
વિભાગીય નાયબ નિયામક, ગાંધીનગર. માન.ડો. સતિષ મકવાણા સાહેબે આજે સાબરકાંઠા જિલ્લાની મુલાકાત લીધી....