সোণাৰিৰ বিভিন্ন প্ৰান্তত ওলহ-মালহেৰে গণেশ চতুৰ্থী উদযাপনৰ পাছত আজি পূজা উদযাপন সমিতি সমূহে টাওকাক নদীত গণেশ মূৰ্তি বিসৰ্জন দিয়ে। চৰাইদেউ আৰক্ষীৰ তত্বাৱধানত টাওকাক নদীত মূৰ্তি বিসৰ্জন দিয়া সময়ত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় আজি সন্ধিয়া।