নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুুকালমুৱা কাপলাবড়িত আজি বিধায়ক দিগন্ত বৰ্মনে স্কুলীয়া ছাত্ৰছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰে৷অনুসুচীত জাতি উন্নয়ন বোৰ্ড,নলবাৰীৰ অধীনত উক্ত সামগ্ৰী সমুহ বিতৰণ কৰে বিধায়ক বৰ্মনে৷সামগ্ৰী সমুহ বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে খেলে মানুহৰ মন মগজু সুস্থ ৰাখে৷ খেলৰ যোগেদি ছাত্ৰছাত্ৰী সকলে নিজক একোজন সুদক্ষ খেলুৱৈ হিচাবে প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায়ক হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
EU के डिजिटल मार्केट्स एक्ट नियमों का उल्लंघन करने वाली पहली कंपनी बनी एपल, नियामकों ने पाया दोषी
एपल वह पहली कंपनी बन गई है जिसने यूरोपीय संघ (European Union) के डिजिटल मार्केट एक्ट नियमों...
ঢকুৱাখনাৰ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞান হীন কর্ম কাণ্ডই অতিষ্ঠ কৰিছে সাধাৰণ গ্ৰাহকক
ঢকুৱাখনাৰ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞান হীন কর্ম কাণ্ডই অতিষ্ঠ কৰিছে সাধাৰণ গ্ৰাহকক।...
Eyeing upcoming Guj. Assembly Polls, state government swings into action after meeting with PM Modi
Eyeing upcoming Guj. Assembly Polls, state government swings into action after meeting with PM Modi