ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমাত অৱস্থিত মৰাণ চহৰত দুৰ্গা পূজা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবলৈ মৰাণত প্ৰশাসনে স্থাপন কৰিছে মৰাণ দুৰ্গা পূজা সমন্বয়ৰক্ষী কাৰ্যালয় । আজি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পূজা সমন্বয়ৰক্ষী কাৰ্যালয় পৰিদৰ্শন কৰিলে চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাই। লগতে আজি পূজা সমন্বয়ৰক্ষী কাৰ্যালয় মৰাণ ৰাজহ চক্ৰ সংলগ্ন বিষয়া পাপৰি বৰগোহাঁই আৰু মৰাণ পৌৰসভাৰ পৌৰপতি গৰাকীয়ে ফিটা কাটি শুভ উদ্বোধন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বাক্সাৰ জালাহৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যলয়ৰ সন্মুখত মহিলাৰ উত্তাল প্ৰতিবাদ
এগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক মহিলা ৷ চৰকাৰী কৰ্মচাৰীগৰাকীৰ...
মাজবাটৰ বঙালগাঁৱত পঞ্চম বাৰ্ষিক কৰম উৎসৱ উদযাপন মাজবাট আঞ্চলিক গোঁড় সমাজৰ
ওদালগুৰি জিলাৰ মাজবাটৰ বঙালগাওঁত পঞ্চম বাৰ্ষিক কৰম উৎসৱ উৎযাপন কৰে সদৌ অসম গোঁড় সমাজৰ মাজবাট...
जल सम्पद मध्य असम अनुसन्धान समंडल कार्यालय मंगलदे से विश्वनाथ स्तान्तरण को लेकर बिरोध प्रदर्शन
मंगलदे स्थित जल सम्पद बिभाग का मध्य असम अनुसन्धान समंडल कार्यालय मंगलदे से विश्वनाथ जिला में...
সমাগত গনেশ চতুৰ্থীৰ বাবে গনেশ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত তিনিচুকীয়াৰ মৃৎ শিল্পী।
গনেশ চতুৰ্থীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ প্ৰতি লক্ষ্য ৰাখি গনেশ মূৰ্তিত শেষ পৰশ দিয়াত...
લાઈટો ની સિરીઝ ના યુગમાં પણ દિવાળીમાં માટીના દીવડા નું અનેરુ મહત્વ
પાવીજેતપુર પંથકમાં આદિવાસી સમાજમાં લાઈટોની સિરીઝના યુગમાં પણ માટીના દીવડા તેમજ ઘોડાનું આગવું...