নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুুকালমুৱা কাপলাবড়িত আজি বিধায়ক দিগন্ত বৰ্মনে স্কুলীয়া ছাত্ৰছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰে৷অনুসুচীত জাতি উন্নয়ন বোৰ্ড,নলবাৰীৰ অধীনত উক্ত সামগ্ৰী সমুহ বিতৰণ কৰে বিধায়ক বৰ্মনে৷সামগ্ৰী সমুহ বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে খেলে মানুহৰ মন মগজু সুস্থ ৰাখে৷ খেলৰ যোগেদি ছাত্ৰছাত্ৰী সকলে নিজক একোজন সুদক্ষ খেলুৱৈ হিচাবে প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায়ক হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीजेपी हाईकमान तय करेगा कैंडिडेट, मदन राठौड़ प्रत्याशियों के पैनल पर दे चुके हैं अपनी राय
भाजपा फीडबैक के आधार पर उप-चुनाव में कैंडिडेट उतारेगी. हर एक सीट पर टिकट के दावेदारों तीन-तीन...
જુનાગઢ વણઝારી ચોક ગરબી મંડળ ની બાળાઓ નો માથે સળગતી ઈંઢોણી નો રાસ
જુનાગઢ વણઝારી ચોક ગરબી મંડળ ની બાળાઓ નો માથે સળગતી ઈંઢોણી નો રાસ
બનાસકાંઠા જિલ્લાની મહત્વની ગણાતી 14 દિયોદર વિધાનસભા બેઠક પર કાર્યાલયનો શુભારંભ
બનાસકાંઠા જિલ્લાની મહત્વની ગણાતી 14 દિયોદર વિધાનસભા બેઠક પર ભાજપના કાર્યાલયનો શુભારંભ કરાયો