মুম্বাইত অনুষ্ঠিত হৈছিল মিছ প্ৰিন্ট এছ ডি কিড ইউনিভাৰ্চ-২০২২। উক্ত প্ৰতিযোগীতাত অসম তথা গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি স্থান দখল কৰিবলৈ সক্ষম হ'ল উৰিয়ামঘাটৰ বিদ্যাদীপ্তা বৰুৱাই।গোলাঘাটত জিলা ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ মানিক বৰুৱা আৰু জয়া বৰুৱাৰ কন্যা বিদ্যাদীপ্তা বৰুৱা গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেনীত অধ্যয়নত। কেইবাখনো ৰাজ্যৰ প্ৰায় এক অৰ্ধ শতাধীক প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা প্ৰতিযোগীতাখনিত বিদ্যাদীপ্তাই খিতাপ আৰ্জন কৰি ৰাজ্য তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મચ્છુ નદીના પાણી ફરી વળતા સંપર્ક વિહોણા બનેલા માળીયાના હરીપર ગામની મંત્રીશ્રી પ્રફુલભાઈ પાનશેરિયાએ મુલાકાત લીધી
મચ્છુ નદીના પાણી ફરી વળતા સંપર્ક વિહોણા બનેલા માળીયાના હરીપર ગામની મંત્રીશ્રી પ્રફુલભાઈ...
દેશના જાણીતા ઉદ્યોગપતિ અને ટાટા ગ્રુપના પૂર્વ ચેરમેન સાયરસ મિસ્ત્રીનું રોડ એક્સીડન્ટમાં થયું નિઘન
દેશના જાણીતા ઉદ્યોગપતિ અને ટાટા ગ્રુપના પૂર્વ ચેરમેન સાયરસ મિસ્ત્રીનું રોડ એક્સીડન્ટમાં...
Ayushman Bharat Yojana: एक परिवार में कितने लोग बनवा सकते हैं आयुष्मान कार्ड? सरकार ने बताया सबकुछ
नई दिल्ली। Ayushman Bharat Yojana। प्रधानमंत्री नरेंद्र मोदी की अध्यक्षता में हुई बैठक में...
साल के सबसे बड़े डिस्काउंट पर मिल रहा iPhone 13, 20 हजार से कम में खरीदने का आखिरी मौका
iPhone 13 Discount Apple iPhone 13 को 2021 में 79900 रुपये की शुरुआती कीमत पर लॉन्च किया गया था...
চৰাইদেউ জিলাৰ সাপেখাটীত বিভিন্ন বুথত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰে বিধায়কে।
আজি চৰাইদেউ জিলাৰ সাপেখাটীৰ বিভিন্ন বুথত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰে সোনাৰী...