উত্তৰপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰি ২০১৯ বৰ্ষত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নিত কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে তিনিটাকৈ বৰ্ষ। ২০১৯ চনৰ ১৭ জুন তাৰিখে অধ্যাপক ড॰ দিবাকৰ চন্দ্ৰ ডেকাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিলে। কিন্তু বিশ্ববিদ্যালয়খনে তিনিটাকৈ বৰ্ষ অতিক্ৰম কৰাৰ পিছতো বিশ্ববিদ্যালয়খনত আজি পৰ্যন্ত আৰম্ভ নহ'ল স্নাতকোত্তৰ পাঠ্যক্ৰম। সেইহে শুক্ৰবাৰে অতি শ্ৰীঘ্ৰে মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দাবীত শুক্ৰবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,মাধৱদেৱ বিশ্ববিদ্যালয় গোটৰ উদ্যোগত মাধৱদেৱ বিশ্ববিদ্যালয়ত সাব্যস্ত কৰিব প্ৰতিবাদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰামপুৰ পাঁচমাইলত অৰুণজ্যোতি যুৱক সংঘৰ উদ্যোগত লক্ষ্মী পূজা উদযাপন
ৰামপুৰ পাঁচমাইলত অৰুণজ্যোতি যুৱক সংঘৰ উদ্যোগত লক্ষ্মী পূজা উদযাপন || Bibidh News
Second Hand Car Tips: सेकंड हैंड कार खरीदते समय ठगी से रहें सर्तक, रखें इन बातों का ख्याल
आज इस खबर के माध्यम हम ये बताने जा रहे हैं कि सेकेंड हैंड कार को खरीदने से पहले किन बातों का खास...
Gujarat में BJP को सीधे टक्कर दे सकती है Aam Aadmi Party | Modi Vs Kejriwal | Times Now Survey
Gujarat में BJP को सीधे टक्कर दे सकती है Aam Aadmi Party | Modi Vs Kejriwal | Times Now Survey
ધોરાજી : ૨૫થી વધુ સ્થાનો ઉપર હોલિકા દહનનો કાર્યક્રમ | SatyaNirbhay News Channel
ધોરાજી : ૨૫થી વધુ સ્થાનો ઉપર હોલિકા દહનનો કાર્યક્રમ | SatyaNirbhay News Channel