ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলৰ উন্নয়নৰ কাৰনে বহু অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষনা কৰিছে যদিও আজিও সমস্যাত জৰ্জৰিতহৈ আছে চাহ শ্ৰমিক সকল।শেহতীয়াকৈ চাহ বাগিচাত চাকৰি কৰা শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহন কৰে যদিও চাহবাগিচাত কামকৰা উপ কৰ্মচাৰী সকলৰ আজিও দৰমহা বৃদ্ধি নহল।লগতে তেওঁলোকে পাবলগা বোনাচ মোকলাই দিয়াৰ দাবীত মৰান হিংৰিজান চাহ বাগানত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে অসম চাহমজদুৰ সংঘৰ আহ্বান মৰ্মে বাগিছা খনৰ উপ কৰ্মচাৰী সকলে এই প্লতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে দৰমহা বৃদ্ধি কৰা আৰু বোনাচ মুকলি কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Video shot📲by Rawatbhata dam🏞🏝🏞
Video shot📲by Rawatbhata dam🏞🏝🏞
Ap bhi aaye rawatbhata jila chittorgarh rajsthan
श्रीमाधोपुर शहर ओर 13 ग्राम पंचायतो को सीकर जिले में रखने की मांग
श्रीमाधोपुर शहर और 13 ग्राम पंचायतो को सीकर जिले में रखने की मांग
स्थानीय लोग नवगठित...
उदयपुर में आदिवासी समाज ने भरी हुंकार ‘‘हम हिंदू हैं, न कटेंगे - न बंटेंगे‘‘- मदन राठौड
उदयपुर में आदिवासी समाज ने भरी हुंकार ‘‘हम हिंदू हैं, न कटेंगे - न...