এটি সুস্থ মন সুস্থ শৰীৰ তথা বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ আৰু ৰোগ প্ৰতিৰোধৰ বাবে ব্যায়মৰ গুৰুত্ব অপৰিসীম।দৈনিক ব্যায়ম নতুবা জিমত গৈ শৰীৰৰ যতন ললে এগৰাকী সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে সুঠাম দেহো গঢ় দিব পাৰি।সেয়েহে আমি দৈনিক ব্যস্ততাৰ মাজতো শৰীৰটোৰ বাবে কিছু সময় দিয়াটো খুবেই প্ৰয়োজন। এই মন্তব্য জামুগুৰিহাটৰ যুৱ সমাজকৰ্মী বুলু আহমেদৰ।অলপতে জামুগুৰিহাটৰ নাহৰবাৰীত এটি অত্যাধুনিক জিমখানা মুকলি আৰু শুভ উদ্বোধন কৰি এইদৰে কয় যুৱ সমাজকৰ্মী গৰাকীয়ে।দীৰ্ঘবিৰতিৰ অন্তত নাহৰবাৰীত মুকলি হোৱা "জিম এইচথেটিক মেনিয়া" নামৰ জিমটোৱে দাতিকাষৰীয়া অঞ্চলৰ বহুকেইখন গাঁৱৰ যুৱক-যুৱতীক উপকৃত কৰিব বুলি উল্লেখ কৰে। আহমেদে।সীমিত খৰছত শৰীৰ চৰ্চা কৰিবলৈ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক যুৱক যুৱতীয়ে আগ্ৰহ প্ৰকাশ কৰিছে বুলি জানিব দিয়ে জিমটোৰ তত্বাৱধায়ক আব্দুল ইন্টাজে। জিমটোৰ মুকলি অনুষ্ঠানত জামুগুৰি।ক্ৰীয়া সন্থাৰ সভাপতি গৌতম লাহনকে ধৰি বহু কেইজন গন্য মান্য লোকো উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પંજાબ થી બાઈક રેલી સાથે નીકળેલા બ્સફ જવાનોનું વડોદરા જિલ્લાના ડભોઇ તાલુકાખાતે સ્વાગત કરવામાં આવ્યું
પંજાબ થી બાઈક રેલી સાથે નીકળેલા બ્સફ જવાનોનું વડોદરા જિલ્લાના ડભોઇ તાલુકાખાતે સ્વાગત કરવામાં આવ્યું
ज्ञानेश्वर जवळे यांना आदर्श शिक्षक पुरस्कार जाहीर
उदगीर तालुका उदगीर येथील निळेवण रहिवासी आणि टागोर शिक्षण समिती अहमदपूर संचलित सरस्वती माध्यमिक...
জিলা চিকিৎসালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য আগবঢ়াই...
জিলা চিকিৎসালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য আগবঢ়াই...
যোৰহাটত জাঁজী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
হাজৰীকাৰ নিৰ্দেশত পৰ্কুপাইনৰ কাম কৰি খহনীয়া ৰোধত সফলতা লাভ জলসম্পদ বিভাগৰ
জলসম্পদ মন্ত্ৰী...
Breaking News: आतंकियों से सैन्य ठिकानों के नक्शे मिले! | Israel-Palestine Conflict |Hamas Vs Israel
Breaking News: आतंकियों से सैन्य ठिकानों के नक्शे मिले! | Israel-Palestine Conflict |Hamas Vs Israel