এটি সুস্থ মন সুস্থ শৰীৰ তথা বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ আৰু ৰোগ প্ৰতিৰোধৰ বাবে ব্যায়মৰ গুৰুত্ব অপৰিসীম।দৈনিক ব্যায়ম নতুবা জিমত গৈ শৰীৰৰ যতন ললে এগৰাকী সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে সুঠাম দেহো গঢ় দিব পাৰি।সেয়েহে আমি দৈনিক ব্যস্ততাৰ মাজতো শৰীৰটোৰ বাবে কিছু সময় দিয়াটো খুবেই প্ৰয়োজন। এই মন্তব্য জামুগুৰিহাটৰ যুৱ সমাজকৰ্মী বুলু আহমেদৰ।অলপতে জামুগুৰিহাটৰ নাহৰবাৰীত এটি অত্যাধুনিক জিমখানা মুকলি আৰু শুভ উদ্বোধন কৰি এইদৰে কয় যুৱ সমাজকৰ্মী গৰাকীয়ে।দীৰ্ঘবিৰতিৰ অন্তত নাহৰবাৰীত মুকলি হোৱা "জিম এইচথেটিক মেনিয়া" নামৰ জিমটোৱে দাতিকাষৰীয়া অঞ্চলৰ বহুকেইখন গাঁৱৰ যুৱক-যুৱতীক উপকৃত কৰিব বুলি উল্লেখ কৰে। আহমেদে।সীমিত খৰছত শৰীৰ চৰ্চা কৰিবলৈ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক যুৱক যুৱতীয়ে আগ্ৰহ প্ৰকাশ কৰিছে বুলি জানিব দিয়ে জিমটোৰ তত্বাৱধায়ক আব্দুল ইন্টাজে। জিমটোৰ মুকলি অনুষ্ঠানত জামুগুৰি।ক্ৰীয়া সন্থাৰ সভাপতি গৌতম লাহনকে ধৰি বহু কেইজন গন্য মান্য লোকো উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিহপুৰীয়াৰ ডিক্ৰংৰ দেৱী বিসৰ্জনস্থলিত
বিহপুৰীয়াৰ ডিক্ৰংৰ দেৱী বিসৰ্জনস্থলিত আদন্দত আত্মহাৰা সকলো। বিধায়ক ড• অমিয় কুমাৰ ভূঞাই কৰিছে...
Madhya Pradesh Accident: Sagar में Car को कुचलने के बाद घसीटता रहा Truck, 6 की मौत | Video | MP News
Madhya Pradesh Accident: मध्य प्रदेश के सागर में Highway पर बेकाबू दौड़ते एक ट्रक ने 6 युवकों की...
टीम उमंग का सेव बर्ड्स अभियान को अंतरराष्ट्रीय मंच पर मिली सराहना
टीम उमंग का सेव बर्ड्स अभियान को अंतरराष्ट्रीय मंच पर मिली सराहना
विगत 12 वर्षों से अनवरत...
Breaking News: शिल्पा शेट्टी के पति राज कुंद्रा के ठिकानों पर ED की रेड, पोर्न रैकेट से जुड़ा मामला
Breaking News: शिल्पा शेट्टी के पति राज कुंद्रा के ठिकानों पर ED की रेड, पोर्न रैकेट से जुड़ा मामला